ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 12, 2026
Reading Time: 1 min read
A A
0
ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

RELATED POSTS

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

Orangutan smuggling : ওড়িশাৰ জংঘললৈ ক’ৰ পৰা আহিছিল পাঁচটা ওৰাংওটাং, দীঘাত আটক ৩

New Logo Smal 1 | ASSAM TIMES POST

কৰ্ণাটকৰ মন্ত্ৰী সতীশ জাৰ্কিহোলিৰ ২১টা ঠিকনাত তালাচী চলাইছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে। কেৱল মন্ত্ৰীগৰাকীৰ বাসগৃহতে নহয়, তেওঁৰ কেইবাজনো আত্মীয়ৰ বাসগৃহতো তালাচী চলোৱা হয়। সূত্ৰ অনুসৰি, এই তালাচী অভিযানত উদ্ধাৰ হৈছে ৩.৩০ কোটি টকা। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ নথিও উদ্ধাৰ কৰে। অৱশ্যে দুৰ্নীতিৰ অভিযোগ অস্বীকাৰ কৰিছে মন্ত্ৰীগৰাকীয়ে। আনহাতে, মুখ্যমন্ত্রী ডি কে শিৱকুমাৰে এই অনুসন্ধান অভিযান ‘ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ বুলি দাবী কৰিছে৷

kar 4 | ASSAM TIMES POST
কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ

সূত্ৰ অনুসৰি, যোৱা ৯ আৰু ১০ ছেপ্টেম্বৰত বেংগালুৰু, বেলাগাভী, গোকাক আৰু কলকাতাত বিদেশী মুদ্ৰা ব্যৱস্থাপনা আইনৰ (ফেমা) অধীনত এই তালাচী অভিযান চলাইছিল। ইডিৰ সূত্ৰ অনুসৰি, এই অভিযানত আমেৰিকান ডলাৰ আৰু ইউৰো উদ্ধাৰ কৰা হৈছে। যাৰ মূল্য ভাৰতীয় মুদ্ৰাত ১৫ লাখ টকা। সূত্ৰটোৱে দাবী কৰা মতে, কেইবাটাও ডিজিটেল ডিভাইচ আৰু নথি-পত্ৰও উদ্ধাৰ কৰা হৈছে। জব্দ কৰা যন্ত্ৰ আৰু নথি-পত্ৰৰ পৰা ৰাজহুৱা কাম-কাজ বিভাগত দুৰ্নীতি সংঘটিত হোৱাৰ ইংগিত পোৱা গৈছে। ঠিকাদাৰৰ পৰা উৎকোচ লোৱা হৈছে।

মন্ত্ৰীগৰাকীৰ বাসগৃহৰ উপৰি তেওঁৰ কন্যা তথা চিক্কোৰীৰ সাংসদ প্ৰিয়ংকা জাৰ্কিহোলী, পুত্ৰ ৰাহুল, ভাতৃ ৱাই ডি মঞ্জুনাথ, মন্ত্ৰীগৰাকীৰ অ’ এছ ডি আৰু ব্যক্তিগত সহায়ক মালাগৌদা পাটিল, তেওঁৰ সহযোগী ৰাজু দৰগছেট্টী, বিটল প্ৰসন্নৱৰ আৰু গিৰীশ সোণোৱালকাৰৰ ঠিকনাতো তালাচী চলোৱা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

by News Desk
September 12, 2026
50
India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ
National-International

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

by News Desk
September 12, 2026
50
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutan smuggling : ওড়িশাৰ জংঘললৈ ক’ৰ পৰা আহিছিল পাঁচটা ওৰাংওটাং, দীঘাত আটক ৩

by News Desk
September 12, 2026
50
BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩
National-International

BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩

by News Desk
September 12, 2026
50
Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
National-International

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

by News Desk
September 12, 2026
50
US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ
National-International

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

by News Desk
September 12, 2026
50
ADVERTISEMENT
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
50
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
50
ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ
National-International

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

September 12, 2026
50
India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ
National-International

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

September 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d