ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Earthquake I কিছুমানে কান্দিছে ভোকত, কিছুমানে চকুৰ সন্মুখত হেৰুৱাইছে আপোনজনক! তুৰস্ক-ছিৰিয়াত ১৫ হাজাৰৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 9, 2023
Reading Time: 1 min read
A A
0
Earthquake I কিছুমানে কান্দিছে ভোকত, কিছুমানে চকুৰ সন্মুখত হেৰুৱাইছে আপোনজনক! তুৰস্ক-ছিৰিয়াত ১৫ হাজাৰৰ মৃত্যু

RELATED POSTS

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

তুৰস্ক (Turkey) আৰু ছিৰিয়াত (Syria) ভূমিকম্পত(Earthquake) মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ হাজাৰ অতিক্ৰম কৰে। আহতসকলৰ সংখ্যা ৩৫ হাজাৰৰো অধিক। ভূমিকম্পৰ পিছত ভয়াৱহ শীতৰ বাবে দুয়োখন দেশৰ উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয়। উদ্ধাৰ অভিযানত ত্ৰুটি স্বীকাৰ কৰে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে (Recep Tayyip Erdoğan) ।দুৰ্যোগ ব্যৱস্থাপনা নীতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুৰ্কী চৰকাৰক সমালোচনা কৰা হৈছিল।

gettyimages 1246862569 wide 8a441f0ff05d1a4d90a9f70117b2b6892787aeb2 s1400 c100 | ASSAM TIMES POST
তুৰস্ক-ছিৰিয়াত ১৫ হাজাৰৰ মৃত্যু:

উদ্ধাৰ অভিযানত দেখা দিয়া সমস্যাৰ কথা স্বীকাৰ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ ভূমিকম্পৰ ফলত দেশৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কয়, “ত্ৰুটি হৈছে এয়া নিশ্চিত। পৰিস্থিতি স্পষ্ট দেখা যায়। ইমান ডাঙৰ দুৰ্যোগৰ বাবে আমাৰ কোনোৱেই সাজু নাছিল। ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুত হোৱাটোও সম্ভৱ নহয়।”

সোমবাৰে পুৱা তুৰস্কত ভূমিকম্পৰ সৃষ্টি হয়। মূল কম্পনৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৮। ইয়াৰ পিছত অন্তত ১০০বাৰ কপিছে তুৰস্ক আৰু ছিৰিয়াৰ ভূমি। ইতিমধ্যে এই ভূমিকম্পক শতিকাৰ অন্যতম ভয়ংকৰ আৰু মাৰাত্মক ভূমিকম্প হিচাপে স্বীকৃতি দিয়া হৈছে।

ভূমিকম্পৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ বহু লোকৰ মৃত্যু হয়। দুৰ্যোগৰ পিছত অত্যন্ত ঠাণ্ডা আৰু ভোকৰ বাবেও আন বহু লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰলৈকে মৃত্যুৰ সংখ্যা ১৫ হাজাৰ অতিক্ৰম কৰিছে।

প্ৰশাসনে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। বহুতে হয়তো এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ভূমিকম্পত বিধ্বস্ত তুৰস্ক আৰু ছিৰিয়াত এতিয়া কেৱল মৃত্যুৰ শোভাযাত্ৰা। কোনোবাই অনাহাৰে, কোনোবাই অসহায় হৈ চাই আছে নিজৰ আপোনজনৰ ধ্বংসৰ তলত মৃত্যু হোৱা।

তুৰ্কী প্ৰশাসনৰ সূত্ৰ অনুসৰি, প্ৰচণ্ড ঠাণ্ডা আৰু বৰষুণৰ ফলত উদ্ধাৰ কামত বাধাৰ সৃষ্টি হৈছে। ধ্বংসপ্ৰাপ্ত পথৰ বাবে বহু অঞ্চললৈ যাব পৰা নাই উদ্ধাৰকাৰী। সকাহ নাই। ফলত অঞ্চলটোত ক্ষোভ বাঢ়িছে।

ভূমিকম্পৰ পৰা ৰক্ষা পোৱাৰ পিছতো তেওঁলোকৰ জীৱন সন্দেহৰ আৱৰ্তত থকা বুলি বাসিন্দাসকলৰ অভিযোগ। স্বাস্থ্য বিশেষজ্ঞৰ মতে, যিসকলে এই ঠাণ্ডাত মুকলি আকাশৰ তলত দিনটো কটায় আছে, তেওঁলোকে হাইপোথাৰ্মিয়াত আক্ৰান্ত হোৱাৰ আশংকা আছে। ই শৰীৰৰ উষ্ণতা সোনকালে হ্ৰাস কৰিব। আনকি ইয়াৰ ফলত মৃত্যুও হʼব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: তুৰস্ক
Share4Tweet3Send

Related Posts

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

by News Desk
October 3, 2026
55
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
51
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

by News Desk
October 3, 2026
51
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
53
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

by News Desk
October 3, 2026
51
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

by News Desk
October 3, 2026
51
ADVERTISEMENT
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
50
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
50
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
50
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d