ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তিঃ মৌখিক পৰীক্ষাৰ স্থান গুৱাহাটীলৈ স্থানান্তৰিত কৰাকলৈ প্ৰতিক্ৰিয়া দল- সংগঠনৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 21, 2019
Reading Time: 1 min read
A A
0
অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তিঃ মৌখিক পৰীক্ষাৰ স্থান গুৱাহাটীলৈ স্থানান্তৰিত কৰাকলৈ প্ৰতিক্ৰিয়া দল- সংগঠনৰ

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ অলপতে আৰম্ভ হবলগীয়া অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জিলাখনৰ কেইবাটাও দল- সংগঠন ৷ কেএছএ, কুইয়া,কেএছৱাইচি,কেএফএ আৰু কেএনএৰ তৰফৰ পৰা ডিফু ৰংথিয়াংস্থিত কাৰবি ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি মহাবিদ্যালয়খনৰ নিযুক্তি প্ৰক্ৰিয়াত কেতবোৰ অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

কাৰবি আংলঙত অলপতে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ পিছত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ মৌখিক পৰীক্ষাৰ স্থান নিশাটোৰ ভিতৰতে গুৱাহাটীলৈ স্থানান্তৰিত কৰা হল বুলি কৈ ইয়াৰ বাবে আচৰ্য প্ৰকাশ কৰে সংগঠন কেইটাই ৷ চৰকাৰৰ এনে সিদ্ধান্তৰ আঁৰৰ ৰহস্য কি বুলি প্ৰশ্ন উত্থাপন কৰে এনে সিদ্ধান্তক গৰিহণা দিয়ে ৷ এনে বুজন সংখ্যক নিবণুৱাক একেবাৰত সংস্থাপন দিয়াৰ সুযোগ কাৰবি আংলং বাসীয়ে দুনাই নাপায় মন্তব্য কৰি সংগঠনৰ নেতৃবৰ্গই লগতে কয়যে, এই সুযোগ থলুৱা খিলঞ্জীয়া যুৱক সকলে পোৱাৰ বিপৰীতে বাহিৰা প্ৰাৰ্থীয়ে পালে কাৰবি আংলং স্বায়ত্ত শাসিত মৰ্যদাৰ ওপৰত মাধমাৰ সোধোৱা হব বুলিও ক্ষোভ উজাৰে ৷

কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সৈতে কোনো আলোচনা নকৰাকৈ কেনেদৰে মৌখিক পৰীক্ষাৰ স্থান গুৱাহাটীলৈ সলনি কৰা হল বুলি মন্তব্য কৰি পৰিষদ চৰকাৰখনে নিজৰ স্বায়ত্ত শাসনৰ মৰ্যদা ৰক্ষা কৰিবলৈ সক্ষম হৈছেনে নাই ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে সংগঠন সমূহে ৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ সমূহ পূৰ কৰাৰ দায়িত্ব লাভ কৰিব বুলি ঘোষণা কৰাৰ পিছতো নিশাৰ ভিতৰতে সেই ক্ষমতা কৰ্তন কৰা হল বুলি কটাক্ষ কৰে ৷

আনহাতে আজি পুৱাৰ ভাগত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে হোৱা আলোচনা কালত সংগঠন কেইটাই পূৰ্বে কৰা দাবী অনুসৰি চিকিৎসা মহাবিদ্যালয় খনৰ ৯০ শতাংশ পদত থলুৱা প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ দাবী কৰা হয় আৰু আলোচনা সৌহাৰ্দপূৰ্ণ হয় বুলিও সংগঠনৰ নেতা সকলে মন্তব্য কৰে ৷ ইয়াৰোপৰি ডিফু চিভিল হাস্পাতালৰ চতুৰ্থ বৰ্গৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ নিযুক্তিৰ বিষয়টো বিবেচনা কৰা হৈ আছে বুলি মুখ্য কাৰ্যবাহী সদস্য গৰাকী সংগঠন সমূহক জানিব দিয়ে বুলি উল্লেখ কৰে ৷

Tags: Featuredkarbi anglong
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx