ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CBI Summon Issued I আবকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়ালৈ পুনৰ চিবিআইৰ চমন

নিউজ ডেস্কঃ

News Desk by News Desk
February 18, 2023
Reading Time: 1 min read
A A
0
CBI Summon Issued I আবকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়ালৈ পুনৰ চিবিআইৰ চমন

RELATED POSTS

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

আবকাৰী দুৰ্নীতিৰ গোচৰত (Excise corruption case) পুনৰ চিবিআই (CBI)য়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক (Manish Sisodia) চমন জাৰি (Summons issued) কৰে। দেওবাৰে দিল্লীৰ কেন্দ্ৰীয় তদন্ত সংস্থাৰ কাৰ্যালয়ত হাজিৰ হʼবলৈ নিৰ্দেশ দিয়া হৈছে। অৰবিন্দ কেজৰিৱালৰ ‘ডেপুটি’য়ে নিজেই টুইট কৰি চিবিআইৰ চমনৰ খবৰ জনাই। 

চিবিআই
CBI summons Manish Sisodia:

চিবিআইৰ সূত্ৰ অনুসৰি, এই দুৰ্নীতিৰ গোচৰত চিছোডিয়াৰ বিৰুদ্ধে তদন্তকাৰীয়ে কিছু নতুন প্ৰমাণ পাইছে, সেইটোৱেই হৈছে তেওঁক মতাৰ উৎস।বিগত বছৰ জন্মাষ্টমীৰ পুৱা চিছোদিয়াৰ ঘৰকে ধৰি আন কেইবাটাও অঞ্চলত চিবিআইয়ে তালাচী অভিযান চলাইছিল। দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ঘৰত প্ৰায় ১৪ ঘণ্টা ধৰি অভিযান চলাইছিল। ইয়াৰ পিছত তদন্তকাৰীয়ে তেওঁৰ বেংকৰ লকাৰো পৰীক্ষা কৰে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যোৱা আগষ্টত চিছোডিয়া আৰু ১৪ জনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। এই দুৰ্নীতিৰ গোচৰত পুনৰ চিছোদিয়াক চমন দিয়ে। যিয়ে এই বিষয়টোত এক নতুন মাত্ৰা যোগ কৰিলে।চিবিআইৰ চমনৰ সন্দৰ্ভত চিছোদিয়াই টুইটাৰত লিখিছে, “কাইলৈ ​​চিবিআইয়ে মোক পুনৰ ফোন কৰি মাতিছে।

তেওঁলোকে (কেন্দ্ৰ) মোৰ বিৰুদ্ধে ইডি, চিবিআই ব্যৱহাৰ কৰিছে। মোৰ ঘৰ, বেংকৰ লকাৰত বিষয়াসকলে তালাচী চলালে। কিন্তু, মোৰ বিৰুদ্ধে একো পোৱা নগʼল। দিল্লীৰ শিশুসকলৰ বাবে সংগঠিত সু-শিক্ষা ব্যৱস্থাৰ আয়োজন কৰিছো। কিন্তু তেওঁলোকে ইয়াক বন্ধ কৰিব বিচাৰে।” চিছোডিয়াই টুইটাৰত আৰু কয় যে তেওঁ তদন্তত সহযোগ কৰিব।

ইয়াৰ পূৰ্বে চিছোদিয়াই দাবী কৰিছিল যে বিজেপিয়ে আপ চৰকাৰক উৎখাত কৰাৰ চেষ্টা চলাইছে। তেওঁক বিজেপিত যোগদানৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ টুইটাৰত লিখিছে, “বিজেপিৰ পৰা এটা বাৰ্তা পাইছো- বিজেপিত যোগদান কৰক, চিবিআই-ইডিৰ সকলো গোচৰ বন্ধ হ’ব!

বিজেপিৰ প্ৰতি মোৰ উত্তৰ- মই মহাৰাণা প্ৰতাপৰ বংশধৰ, মই ৰাজপুত। মূৰ কাটি দিম কিন্তু দুৰ্নীতিপৰায়ণ ষড়যন্ত্ৰকাৰীৰ আগত মূৰ নত নকৰো। মোৰ বিৰুদ্ধে সকলো গোচৰ মিছা, আপুনি যি মন যায় কৰিব পাৰে।” দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চিছোদিয়াৰ ঘৰত চিবিআইৰ তালাচীক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CBIManish Sisodiaচিবিআইমনীষ চিছোদিয়া
Share4Tweet3Send

Related Posts

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

by News Desk
September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

by News Desk
September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

by News Desk
September 16, 2026
50
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

by News Desk
September 16, 2026
50
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
50
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d