ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কৃত্ৰিম বুদ্ধিমত্তাৰ এক অনবদ্য সংস্কৰণ ChatGPT:

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2023
Reading Time: 1 min read
A A
0
কৃত্ৰিম বুদ্ধিমত্তাৰ এক অনবদ্য সংস্কৰণ ChatGPT:

RELATED POSTS

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

বিমানখন পলমকৈ অহাৰ বাবে মহিলাগৰাকীয়ে ঘণ্টাৰ পিছত ঘণ্টা বিমানবন্দৰত বহি থাকিবলগীয়া হৈছিল। লগতে বিমানখনৰ সকলো যাত্ৰী হাৰাশাস্তিৰ চিকাৰ হয়। মহিলাগৰাকীয়ে এই বিষয়ে বিমান সংস্থাটোৰ ওচৰত অভিযোগ দিবলৈ ChatGPT-ৰ আশ্ৰয় লয়। তাৰ ফলো লাভ কৰে হাতে হাতে ।

ChatGPT
কৃত্ৰিম বুদ্ধিমত্তাৰ এক অনবদ্য সংস্কৰণ ChatGPT:

ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰি মহিলাগৰাকীয়ে ChatGPT-ত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। তেওঁ কয় যে তেওঁ ChatGPT-ক বিমান সংস্থাটোলৈ “মিঠা কিন্তু আক্ৰমণাত্মক আৰু কঠোৰ” ইমেইল লিখিবলৈ নিৰ্দেশ দিছিল। কিছু মুহূৰ্তৰ ভিতৰতে মহিলাগৰাকীৰ উদ্দেশ্য সফল হয়। তেওঁ বিচৰা ধৰণে কৃত্ৰিম বুদ্ধিমত্তাৰ এই প্ৰযুক্তিয়ে চিঠি লিখি সংশ্লিষ্ট সংস্থাটোলৈ ইমেইলৰ ৰূপত প্ৰেৰণ কৰিছিল।

ChatGPT-ৰ কীৰ্তিত মুগ্ধ মহিলা ব্যৱহাৰকাৰীগৰাকী। তেওঁৰ উত্তৰ, “এইটোৱেই ভৱিষ্যত! ChatGPT-এ কি কি কাম অপ্ৰয়োজনীয় কৰি তুলিব?”

মহিলাগৰাকীয়ে কয় যে বিমানবন্দৰত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি বিমানখন পলমকৈ অহাৰ বাবে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল সেই বিষয়ে সঠিকভাৱে বুজাই ChatGPT-লৈ এখন চিঠি লিখিছে। হতাশা আৰু বিৰক্তি আদি হৃদয়ৰ প্ৰকাশভংগীও তেওঁৰ লেখাত প্ৰকাশ পাইছে।

ডিচেম্বৰ মাহত মহিলাগৰাকীয়ে এই ভিডিঅʼটো মুকলি কৰিছিল। শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে পুৰণি ভিডিঅʼটো। ভিডিঅʼটোৰ ওপৰত বহুতে মন্তব্য কৰিছে। কৃত্ৰিম বুদ্ধিমত্তাৰে এই প্ৰযুক্তিৰ বাবে প্ৰশংসাৰে ভৰি পৰিছে। প্ৰযুক্তিৰ এই আয়ত্তক লৈ বহুতে আচৰিত হোৱাৰ লগতে আশংকাও প্ৰকাশ কৰিছে।

ইলন মাস্কৰ কোম্পানী OpenAI-এ নৱেম্বৰ মাহত ChatGPT আৰম্ভ কৰিছিল। কেইমাহমানৰ ভিতৰতে ই অপৰিসীম জনপ্ৰিয়তা লাভ কৰে। মৌলিক ৰচনা, কবিতা, গীতৰ পৰা আৰম্ভ কৰি ব্যৱহাৰকাৰীৰ যিকোনো প্ৰয়োজনীয়তালৈকে, ChatGPT-এ ইয়াক পূৰণ কৰিব পাৰে। মানুহৰ দৰে তেওঁলোকে মেছেজৰ জৰিয়তে অনলাইন আড্ডাও দিব পাৰে। লাখ লাখ লোকে এই প্ৰযুক্তি ব্যৱহাৰ কৰি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ChatGPTকৃত্ৰিম বুদ্ধিমত্তা
Share5Tweet3Send

Related Posts

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

by News Desk
September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
52
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

by News Desk
September 16, 2026
51
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
52
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

by News Desk
September 16, 2026
51
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

by News Desk
September 16, 2026
51
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
56
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
52
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

60
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d