ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Temjen Imna Along Social Media I টেমজেন ইমনা আলঙৰ ট্ৰেণ্ডিং পষ্টঃ ইয়াৰ আঁৰত কোন এই অসমীয়া যুৱক গৰাকী?

বিশেষ প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
February 24, 2023
Reading Time: 1 min read
A A
0
Temjen Imna Along Social Media I টেমজেন ইমনা আলঙৰ ট্ৰেণ্ডিং পষ্টঃ ইয়াৰ আঁৰত কোন এই অসমীয়া যুৱক গৰাকী?

RELATED POSTS

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

ছ‘চিয়েল মিডিয়াই (Social Media) সঁচাকৈ জনসাধাৰণৰ মন গহ্বৰত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। সেয়া ইতিবাচকেই হওঁক অথবা নেতিবাচকেই হওঁক, প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়া সদায় আগত। মনোৰঞ্জন ক্ষেত্ৰৰ লগতে মন্ত্ৰী-নেতা ইত্যাদি সকলোৱে নিজা ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে নিজৰ কথা জনসাধাৰণৰ মাজত ব্যক্ত কৰিবলৈ সক্ষম হয়। এই ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যক্তিবিশেষৰ ব্যক্তিত্ব ফুটি উঠে । ছ’চিয়েল মিডিয়াত বিগত দিনৰ পৰা নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী প্ৰায়ে ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছে। তেওঁৰ নাম হৈছে টেমজেন ইমনা আলঙ (Temjen Imna Along)।

Temjen Imna Along
ট্ৰেণ্ডিঙত থকা মন্ত্ৰী Temjen Imna Along ৰ আঁৰত আছে কোন অসমীয়া?

তেওঁৰ পষ্ট সমূহৰ বাবে অপেক্ষাৰত হৈ থাকে জনসাধাৰণ। নাগালেণ্ডবাসীৰ (Nagaland) লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসী (Northeast) তেওঁৰ অনুৰাগী হৈ পৰাৰ অন্যতম কাৰণ হৈছে তেওঁৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইল। ক’ৰবালৈ গ’লে, খালে অথবা যিকোনো বিষয়ত তেওঁ যিসমূহ কেপচনেৰে ফটো আপলোড কৰে, সেইসমূহে হাঁহিৰ খোৰাক যোগায় জনসাধাৰণৰ মাজত।

প্ৰণয় বৰুৱা

কিন্তু আপোনালোকে জানেনে? এই গৰাকী বিশেষ ব্যক্তিৰ ছ’চিয়েল মিডিয়া পৰিচালিত হয় অসমৰ পৰা। অসমীয়া ৩১ বছৰীয়া উদ্যোগী যুৱক প্ৰণয় বৰুৱাৰ (Pronoy Boruah) তত্ত্বাৱধানত পৰিচালিত হয় টেমজেন ইমনা আলঙ ৰ ছ’চিয়েল মিডিয়া প্ৰফাইল।

আমগুৰিৰ (Amguri) নিবাসী এইগৰাকী যুৱকৰ ব্যতিক্ৰমী চিন্তাধাৰা তথা ৰাইজক আকৰ্ষণ কৰিব পৰা মানসিকতাই শেহতীয়াকৈ মন্ত্ৰীগৰাকীক ট্ৰেণ্ডিঙত ৰাখিছে। আমি আপোনালোকৰ ওচৰত মন্ত্ৰীগৰাকীৰ কেইটামান পষ্ট দাঙি ধৰিব খুজিছোঁ-

View this post on Instagram

A post shared by Temjen Imna Along (@alongimna)

View this post on Instagram

A post shared by Temjen Imna Along (@alongimna)

View this post on Instagram

A post shared by Temjen Imna Along (@alongimna)

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: social media
Share10Tweet6Send

Related Posts

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
55
ADVERTISEMENT
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

September 16, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

September 16, 2026
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

September 16, 2026
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d