ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sexual Harassment I নাবালিকাৰ হাত স্পৰ্শ কৰাত কোনো যৌন উদ্দেশ্য নাছিল, যৌন নিৰ্যাতনৰ অভিযুক্তৰ জামিন মঞ্জুৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 28, 2023
Reading Time: 1 min read
A A
0
Sexual Harassment I নাবালিকাৰ হাত স্পৰ্শ কৰাত কোনো যৌন উদ্দেশ্য নাছিল, যৌন নিৰ্যাতনৰ অভিযুক্তৰ জামিন মঞ্জুৰ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

নাবালিকাক যৌন নিৰ্যাতন (Sexual Harassment) চলোৱাৰ অভিযোগত অভিযুক্ত যুৱকক জামিন প্ৰদান আদালতৰ। যোৱা ১০ ফেব্ৰুৱাৰীত ব’ম্বে উচ্চ ন্যায়ালয়ৰ (Bombay High Court) নাগপুৰ বিচাৰপীঠে যুৱকজনক জামিন প্ৰদান কৰে। সোমবাৰে আদালতৰ নিৰ্দেশৰ বিশদ প্ৰতিবেদন প্ৰকাশ কৰে।

Sexual Harrasment
যৌন নিৰ্যাতনৰ অভিযুক্তৰ জামিন মঞ্জুৰ:
অভিযুক্ত পেছাত এজন অটোচালক। এগৰাকী নাবালিকাৰ পিতৃয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি, তেওঁ নাবালিকাৰ হাতত ধৰি নিজৰ পছন্দৰ কথা অৱগত কৰে। অভিযোগকাৰীয়ে আৰক্ষীক জনোৱা মতে, অটোচালকজনে দিনৰ পিছত দিন নাবালিকাক নিৰ্যাতন চলাইছিল। ইয়াৰ পিছতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত যৌন নিৰ্যাতনৰ অভিযোগত অটোচালকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

নাবালিকাৰ পিতৃয়ে এজাহাৰত উল্লেখ কৰিছে যে তেওঁৰ কন্যাই কেইবাদিনো অটোচালকৰ অটোত পঢ়িবলৈ গৈছিল। ইয়াৰ পিছত তেওঁ অটোত উঠা বন্ধ কৰি দিয়ে। অভিযোগ অনুসৰি, তেতিয়াৰ পৰাই প্ৰায় প্ৰতিদিনে অটোচালকজনে ছোৱালীজনীৰ পিছে পিছে গৈছিল। বাৰে বাৰে কৰা নিষেধাজ্ঞাৰ মাজতো তেওঁ ছোৱালীজনীৰ পিছে পিছে খেদি ফুৰিছিল। ১ নৱেম্বৰত অটোচালকজনে ছোৱালীজনীৰ হাতত ধৰি জনায় যে তেওঁ ছোৱালীজনীক ভালপায়। ইয়াৰ পিছতে পিতৃ আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত অটোচালকজন গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আদালতলৈ গৈছিল। এই গোচৰত ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ভাৰতী ডাংগৰৰ (Bharati Dangre) পৰ্যবেক্ষণ, এইটো কোনো যৌন নিৰ্যাতনৰ গোচৰ নহয়। কাৰণ ছোৱালীজনীৰ হাত স্পৰ্শ কৰাৰ সময়ত অটোচালকজনৰ কোনো যৌন অভিপ্ৰায় নাছিল। ছোৱালীজনীৰ বিবৃতি অনুসৰি, অটোচালকজনে ছোৱালীজনীক নিজৰ পছন্দৰ বিষয়ে অৱগত কৰে। কিন্তু এই ক্ষেত্ৰত তেওঁ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিব পাৰে।

অৱশ্যে অভিযুক্তক আদালতে সকীয়াই দিয়ে যে তেওঁ কেতিয়াও ছোৱালীজনীৰ পিছে পিছে যোৱা বা কোনো ধৰণে নিৰ্যাতন চলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰৱৰ্তী সময়ত যদি তেওঁ পুনৰ এনেধৰণৰ কাম কৰে তেন্তে আদালতৰ সুৰক্ষা আঁতৰাই দিয়া হʼব বুলিও আদালতে কয়। সেই ক্ষেত্ৰত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে।

Tags: sexual harassment
Share4Tweet3Send

Related Posts

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

by News Desk
July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

by Staff Reporter
July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

by Staff Reporter
July 20, 2026
50
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান
National-International

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

by Staff Reporter
July 20, 2026
50
Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ
National-International

Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

by Staff Reporter
July 20, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk । আজি ভংগ কৰিব নেকি অনশন, হাস্পতালৰ পৰা সোণম ৱাংচুকৰ তিনিটা চৰ্ত

by Staff Reporter
July 20, 2026
50
ADVERTISEMENT
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx