ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Advertisement I ২ বছৰত ১৩১ কোটিৰ বিজ্ঞাপন হিমন্ত বিশ্ব চৰকাৰৰ, অতিক্ৰম সর্বানন্দৰ পাঁচ বছৰৰ খৰচ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 17, 2023
Reading Time: 1 min read
A A
0
অসম বিভাজনৰ প্রশ্নই নুঠে, মহাৰাজৰ মন্তব্য সন্দৰ্ভত স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ

RELATED POSTS

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগে (DIPR) যোৱা দুটা বিত্তীয় বৰ্ষত এতিয়ালৈকে ১৩০.৫৯ কোটি টকাৰ বিজ্ঞাপন বিভিন্ন মাধ্যমত প্ৰকাশ কৰিছে।

Himanta Biswa Sarma
১৩১ কোটিৰ বিজ্ঞাপন হিমন্ত বিশ্ব চৰকাৰৰ:

হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন অসম চৰকাৰে বিগত দুবছৰত বিজ্ঞাপনত ১৩০.৫৯ কোটি টকা ব্যয় কৰাৰ বিপৰীতে তেওঁৰ পূৰ্বসুৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)  চৰকাৰে সমগ্ৰ পাঁচ বছৰীয়া কাৰ্যকালত ১২৫.৬ কোটি টকা ব্যয় কৰিছে বুলি বুধবাৰে বিধানসভাত প্ৰকাশ কৰে।

DIPR Assam

অসম বিধানসভাত বিধায়ক অখিল গগৈয়ে (Akhil Gogoi) কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকাই (Pijush Hazarika) কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ২০২১-২২ আৰু ২০২২-২৩ চনৰ ভিতৰত বিজ্ঞাপনৰ বাবে মুঠ ১৩২ কোটি টকা মুকলি কৰি দিছিল তেওঁৰ বিভাগলৈ।

তথ্য আৰু জনসংযোগ বিভাগে এতিয়ালৈকে যোৱা দুটা বিত্তীয় বৰ্ষত ১৩০.৫৯ কোটি টকাৰ বিজ্ঞাপন বিভিন্ন মাধ্যমত প্ৰকাশ কৰিছে বুলিও তেওঁ লগতে কয়।

হাজৰিকাই আৰু কয় যে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰে সমগ্ৰ পাঁচ বছৰৰ সময়ছোৱাত ডিআইপিআৰক মুঠ ১৩২.৩ কোটি টকা মুকলি কৰি দিছিল।

২০১৬-১৭ চনৰ পৰা ২০২০-২১ চনলৈকে চৰকাৰীভাৱে প্ৰকাশিত সকলো বিজ্ঞাপনৰ মুঠ খৰচ ১২৫.৬ কোটি বুলিও তেওঁ লগতে কয়।

দৈনিক বাতৰিকাকত, আলোচনী, টিভি চেনেল, এফ এম ৰেডিঅ’ আৰু অন্যান্য সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে।

মুঠতে ২০১৬ চনত প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত বিজেপি চৰকাৰে ২৬৪.৩ কোটি টকা আবণ্টনৰ বিপৰীতে বিজ্ঞাপনত ২৫৬.১৯ কোটি টকা ব্যয় কৰিছে বুলিও তেওঁ লগতে কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Himanta Biswa Sarma
Share5Tweet3Send

Related Posts

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

by News Desk
October 3, 2026
50
Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত
Assam

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

by News Desk
October 3, 2026
50
Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ
Assam

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ

by News Desk
October 2, 2026
61
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

by News Desk
October 2, 2026
56
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ
Assam

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

by News Desk
October 2, 2026
52
ADVERTISEMENT
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
50
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
50
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d