ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Amritpal Singh I চিচিটিভিৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ মূৰত ছাতি লৈ পলায়ন অমৃতপালৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 24, 2023
Reading Time: 1 min read
A A
0
Amritpal Singh I চিচিটিভিৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ মূৰত ছাতি লৈ পলায়ন অমৃতপালৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

সপ্তাহটো বাগৰিল যদিও পঞ্জাবৰ (Punjab) স্বঘোষিত ধৰ্মগুৰু তথা খালিস্তান সমৰ্থক নেতা অমৃতপাল সিং (Amritpal Singh) এতিয়াও আৰক্ষীৰ চকুত ধূলি মাৰি ‘পলাতক’। আৰক্ষীয়ে তেওঁক বিচাৰি আছে। ইয়াৰ পিছতো অমৃতপালৰ কোনো সন্ধান পোৱা নাই। এই পৰিস্থিতিত এটা ভিডিঅ’পোহৰলৈ আহিছে। য’ত দেখা গৈছে চিচিটিভিৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ অমৃতপালে মূৰত ছাতি লৈ গৈ আছে। হাতত বেগ এটা লৈ চুবুৰী এটাৰ মাজেৰে খোজকাঢ়ি গৈ আছে।

Amritpal Singh
চিচিটিভিৰ পৰা হাত সাৰিবলৈ ছাতি লৈ পলায়ন অমৃতপালৰ:

আৰক্ষীয়ে খেদি ফুৰাৰ পিছৰে পৰা অমৃতপালক বিচাৰি পোৱা নাই। তেওঁ পঞ্জাবৰ পৰা হাৰিয়ানালৈ (Haryana) পলায়ন কৰে। তাতে এটা ঘৰত নিশা আশ্ৰয় লৈছিল। তাৰ পিছত আকৌ পলায়ন। আৰক্ষীয়ে ২০ মাৰ্চৰ ভিডিঅ’ ফুটেজ প্ৰকাশ কৰে। হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ চিচিটিভি। য’ত ১৯ মাৰ্চত নিশাটো আছিল পলাতক অমৃতপাল।

ইফালে অমৃতপালে নিশাটো থকা ঘৰটোৰ মালিক বলজিৎ কৌৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বলজিতে (Baljeet) কয় যে অমৃতপাল আন এজন সহযোগীক লৈ তেওঁৰ ঘৰলৈ আহিছিল। ২০ মাৰ্চৰ পুৱা ঘৰৰ পৰা ওলাই আহোঁতে ছাতিটো ব্যৱহাৰ কৰা বুলি অনুমান কৰা হৈছে। আৰক্ষীৰ মতে, ‘ধুৰন্ধৰ’ অমৃতপালে অনুমান কৰিছিল যে অঞ্চলটোত চিচিটিভি স্থাপন কৰিব পাৰে।

সেয়ে ছাতি এটাৰে মুখখন ঢাকি লৈছিল। ভিডিঅʼটোৰ সেই অংশত এজন ওখ মানুহক পাতল নীলা ৰঙৰ চাৰ্ট আৰু নেভি ব্লু ট্ৰাউজাৰ পিন্ধা দেখা গৈছে। বাওঁহাতত বেগ এটা লৈ মূৰত ছাতি লৈ আগবাঢ়িছে। তেওঁৰ অলপ আগত আন এজন মানুহ দেখা যায়। তেওঁৰ মূৰটোও কাপোৰেৰে ঢাকি থোৱা আছে। তেওঁ অমৃতপালৰ সংগী নেকি? সেই কথা এতিয়াও স্পষ্ট কৰা নাই আৰক্ষীয়ে।

অমৃতপালৰ সন্ধান নাপালেও, তেওঁৰ দেহৰক্ষী তেজেন্দ্ৰ সিং (Tejendra Singh) ওৰফে গোৰ্খা বাবাক (Gorkha Baba) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দাবী কৰিছে গোৰ্খা অমৃতপালৰ ‘সোঁহাত’। পঞ্জাবৰ আজনলা থানাত আক্ৰমণৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।

Tags: Amritpal Singh
Share4Tweet3Send

Related Posts

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

by Staff Reporter
June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

ADVERTISEMENT
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT