ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
March 24, 2023
Reading Time: 1 min read
A A
0
Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

ৰঙালী বিহুৰ (Rongali Bihu) সাংস্কৃতিক সন্ধিয়াৰ বাবে সাজু হৈছে অসমীয়া কণ্ঠশিল্পী সকল। প্ৰতিবছৰে ৰঙালী অহা লগে লগেই সাজু হোৱা শিল্পী সকলৰ মাননিয়ে ধ্যান আকৰ্ষণ কৰে জনসাধাৰণৰ।

Rongali Bihu
ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান :

জানিব পৰা মতে, চলিত বৰ্ষৰ বাবে জুবিন গাৰ্গৰ (Zubeen Garg) মাননি ১০ লাখ টকা, দীক্ষুৰ (Dikshu) মাননি ৩.৮০ ৰ পৰা ৫ লাখ টকালৈ, প্ৰিয়ংকা ভৰালীৰ (Priyanka Bharali) মাননি ৩ ৰ পৰা ৪.৫০ লাখ টকালৈ, আচুৰ্য বৰপাত্ৰৰ (Achurjya Borpatra) মাননি ৫.৫০ ৰ পৰা ৬ লাখ টকালৈ, নীল আকাশৰ (Neel Akash) মাননি ৫.৫০ লাখ টকা, ভৃগু কাশ্যপৰ (Bhrigu Kashyap) মাননি ৩.৫০ৰ পৰা ৪.৫০ লাখ টকালৈ, মণ্টুমণিৰ (Mantumoni) মাননি ৩.৫০ লাখ টকা, বিপিন চাওদাঙৰ (Bipin Chawdang)  মাননি ২.৫০ লাখ টকা, দীপলিনা ডেকাৰ (Deeplina Deka) মাননি ৩.৫০ লাখ টকা, বৰ্ণালী কলিতাৰ (Bornali Kalita)  মাননি ২.৫০ ৰ পৰা ৪ লাখ টকা, সুবাসনা দত্তৰ (Subasana Dutta) মাননি ২.৭০ ৰ পৰা ৪ লাখ টকালৈ, গীতালী দেৱীৰ (Geetali Devi) ২ ৰ পৰা ৩ লাখ টকালৈ, ৰূপম ভূঞাৰ (Rupam Bhuyan) মাননি ২ ৰ পৰা ২.৫০ লাখ টকালৈ, শংকুৰাজ কোঁৱৰৰ (Shankuraj Knowar) মাননি ৫ ৰ পৰা ৬ লাখ টকালৈ, কুসুম কৈলাসৰ (Kusum Kailash) ৩.৫০ লাখ টকালৈ, ৰাকেশ ৰিয়ানৰ (Rakesh Reeyan) মাননি ৪ ৰ পৰা ৫ লাখ টকালৈ আৰু সান্নিধ্য ভূঞাৰ (Sannidhya Bhuyan) মাননি ২.৫০ ৰ পৰা ২.৬০ লাখ টকালৈ।

RELATED POSTS

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Tags: Rongali Bihu
Share4Tweet3Send

Related Posts

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx