ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ আৰক্ষীৰ জালত কুখ্যাত সাতজনীয়া ডকাইতৰ দল গেংগ অৱ চেভেন

ASSAM TIMES POST by ASSAM TIMES POST
November 26, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ আৰক্ষীৰ জালত কুখ্যাত সাতজনীয়া ডকাইতৰ দল গেংগ অৱ চেভেন

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

পুৰণিগুদামৰ ৰিলায়েঞ্চ তেল ডিপোত সংঘটিত কৰিছিল ডকাইতি কাণ্ড : পিষ্টল, সজীৱ গুলী, মবাইলসহ বহু সামগ্ৰী উদ্ধাৰ

জিতেন বৰকটকী , নগাঁও: বৃহৎ পৰিমাণৰ অস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত পৰিল এটা সাতজনীয়া কুখ্যাত ডকাইতৰ দল ৷ নগাঁও আৰু কলিয়াবৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা যুটীয়াভাৱে জিলাখনৰ বঢ়মপুৰ আৰু নগাওঁ চহৰত অভিযান চলা# পুৰণিগুদাই কৰায়ত্ব কৰে গেংগ অৱ চেভেন নামৰ কুখ্যাত ডকাইতৰ দলটোক ৷

WhatsApp Image 2019 11 26 at 6.11.02 PM | ASSAM TIMES POSTWhatsApp Image 2019 11 26 at 6.11.01 PM1 e1574772492916 | ASSAM TIMES POST

আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিছিল নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাস আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে ৷ ডকাইতৰ দলটোৰ দলপতি নগাঁও জিলাৰ কুখ্যাত অপৰাধী ৰাজীৱ বৰদলৈৰ বঢ়মপুৰৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে এটা .২২ পিস্তল, এটা পুতলা পিস্তল, এখন দা, দুটা সজীৱ গুলী, এটা চেটেলাইট ফোনৰ লগতে নগদ পাঁচ হাজাৰ টকা ৷ উল্লেখ্য যে, এই ডকাইতৰ দলটোৱে যোৱা ১৬ নৱেম্বৰৰ নিশা পুৰণিগুদামৰ ৰিলায়েঞ্চ তেল ডিপোত সংঘটিত কৰিছিল এক ডকাইতি কাণ্ড ৷ দলটোৱে তেল ডিপোটোৰ পৰা লুটি নিয়ে চিচি কেমেৰা, এটা এল চি ডি, নগধ ধনকে ধৰি বহু সামগ্ৰী ৷ আনহাতে সোমবাৰে নিশা ডকাইতৰ দলটোৱে পুনৰ ডকাইতিৰ পৰিকল্পনা কৰাৰ খবৰ পাই দলটোক কৰায়ত্ব কৰিবলৈ তৎপৰ হৈ পৰে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি ৷ নগাঁৱৰ উপ আৰক্ষী অধীক্ষক জন দাস আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ অভিযানত আৰক্ষীৰ জালত পৰে ডকাইতৰ দলটোৰ মূল মাষ্টাৰ মাইণ্ড বঢ়মপুৰৰ ৰাজীৱ বৰদলৈ । আনহাতে আৰক্ষীয়ে ডকাইতৰ দলটোৰ আনকেইজন সদস্যক ক্ৰমে বঢ়মপুৰৰ পৰা দ্বীপজ্যোতি শৰ্মা, খনজ্যোতি হাজৰিকা, হেমন্ত হাজৰিকা, কামপুৰৰ পৰা দ্বীপন বৰা, বামুনীৰ পৰা মিনহাজ আহমেদ , বৰভেটিৰ জাকিৰ শ্বেখক গ্ৰেপ্তাৰ কৰে৷ ইপিনে এই কুখ্যাত ডকাইতৰ দলটোক গ্ৰেপ্তাৰৰ পাচত আৰু অধিক অপৰাধীক আটক কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে

Tags: Featured
Share5Tweet3Send

Related Posts

GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

by Staff Reporter
May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

by Staff Reporter
May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

by Staff Reporter
May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

by Staff Reporter
May 24, 2026
50
‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত
National-International

‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত

by Staff Reporter
May 24, 2026
50
উষ্ণতম গ্রীষ্ম!‌ ৫ ৰাজ্যত তাপ প্রবাহৰ সতর্কতা
National-International

‎তেলেংগানাত গ্ৰীষ্মপ্ৰবাহত মৃত্যু ১৬ I ৪ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা ‎

by Staff Reporter
May 24, 2026
50
ADVERTISEMENT
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx