ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Himanta Biswa Sarma at Rangia! “বিকাশৰ বাবে এদিন” কাৰ্যসূচী ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰঙিয়াত উপস্থিতঃ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন-

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 26, 2023
Reading Time: 1 min read
A A
0
Himanta Biswa Sarma at Rangia! “বিকাশৰ বাবে এদিন” কাৰ্যসূচী ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰঙিয়াত উপস্থিতঃ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন-

RELATED POSTS

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

আজি “বিকাশৰ বাবে এদিন” কাৰ্যসূচীৰ অংশস্বৰূপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Dr. Himanta Biswa Sarma) ৰঙিয়াত (Rangia) উপস্থিত হৈ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰে। আজিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে ৫৪৫.১৯ টকাৰ প্ৰকল্পৰ আন্তঃগাঁথনি উদ্বোধন কৰে।

Himanta Biswa Sarma
“বিকাশৰ বাবে এদিন” কাৰ্যসূচী ৰূপায়ণৰ হেতু ৰঙিয়াত উপস্থিত

প্ৰতিটো মাহৰ শেষৰটো দেওবাৰে সম্প্ৰচাৰিত হোৱা নৰেন্দ্ৰ মোদীৰ  “মন কী বাত” (Narendra Modi’s Mann Ki Baat) অনুষ্ঠানটি ৰঙিয়াবাসীৰ সৈতে হৰদত্ব বীৰদত্ব ভৱনত শুনে। ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা , মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা , নলবাৰীৰ সমষ্টিৰ বিধাক জয়ন্ত মল্ল বৰুৱা , হাজো সমষ্টিৰ বিধায়ীকা সুমন হৰিপ্ৰিয়া , সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা , ভূৱনেশ্বৰ কলিতা প্ৰমুখ্যে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জ্বল্লী আৰু ৰঙিয়া প্ৰশাসনৰ বিষয়ববীয়া তথা ৰঙিয়াৰ বিশিষ্ট ব‍্যক্তি সকলে।

উল্লেখ্য যে, “মন কী বাত” ৰ ৯৯ সংস্কৰণটিত আজি নৰেন্দ্ৰ মোদী বীৰ লাচিত বৰফুকনৰ ৰচনা লিখি “গিনিছ ৱৰ্ল্ড ৰেকৰ্ড” (Guinness World Record) ত অসমে স্থান লাভ কৰা আদিকে লৈ “অংগ দান” আৰু নাৰী শক্তিৰ বিভিন্ন বিষয় সামৰি অনুপ্ৰেৰণামূলক বাৰ্তা দেশবাসীক প্ৰেৰণ কৰে।

IMG 20230326 WA0032 | ASSAM TIMES POST

এই অনুষ্ঠানটি উপভোগ কৰি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আই.চি.ইউ উদ্বোধন তথা ১০ কোটি টকা ব্যয় সাপেক্ষে ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ভৱনৰ উদ্বোধনৰ লগতে ক্ৰীড়া সন্থাৰ খেলপথাৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাৰ্চুৱেলি কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰে।

IMG 20230326 WA0031 | ASSAM TIMES POST

উক্ত সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে বাইহাটা চাৰিআলিৰ পৰা এখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ ঘোষণা কৰাৰ লগতে নলবাৰী মেডিকেল কলেজ আৰু এইমচ উদ্বোধন কৰাৰো ঘোষণা কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আগন্তুক সময়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি ২৭ লাখ কৰাৰ লগতে অনুদানৰ পৰিমাণো মাহিলী ১৪০০ টকালৈ বৃদ্ধি কৰা হ’ব। লগতে, নিবনুৱা যুৱক যুৱতী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে তিনিটা কিস্তিত ২ লাখ টকা দিয়াৰ কথা কোৱাৰ উপৰিও কৃষকৰ পৰা পোনপটীয়াকৈ ধানৰ লগতে সৰিয়হো ক্ৰয় কৰা হব বুলি ঘোষণা কৰে । আনহাতে, স্নাতকোত্তৰ মহলৰ ছাত্র ছাত্ৰী সকলৰ যাতায়ত খৰচ চৰকাৰে বহন কৰি বছৰেকত ১০ হেজাৰ টকা দিব প্ৰকাশ কৰি চৰকাৰখনৰ সফলতাৰ কথা ব‍্যাখ‍্যা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কয়, এটকাৰো উৎকোচ নিদিয়াকৈ লগতে এটাও হাইকোৰ্ট কেচ নোহোৱাকৈ ১ লাখ চাকৰি দিয়াৰ ব‍্যৱস্থা কৰিছে চৰকাৰ খনে। লগতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মজয়ন্তী উপলক্ষে ৩১ মাৰ্চৰ দিনাখন ছাত্র দিৱস হিচাপে পালন কৰা হ’ব । উক্ত দিনাখন গুৱাহাটীত কেন্দ্ৰীয়ভাৱে পালন কৰাৰ লগতে শিক্ষাৰ্থী সকলৰ বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰা হ’ব ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Himanta Biswa Sarma
Share5Tweet3Send

Related Posts

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

by News Desk
October 3, 2026
50
Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত
Assam

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

by News Desk
October 3, 2026
50
Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ
Assam

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ

by News Desk
October 2, 2026
61
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

by News Desk
October 2, 2026
56
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ
Assam

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

by News Desk
October 2, 2026
52
ADVERTISEMENT
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
50
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
50
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d