ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Corona Virus I দুসপ্তাহত তিনিগুণ বৃদ্ধি কৰোনা সংক্ৰমণৰ হাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 28, 2023
Reading Time: 1 min read
A A
0
দক্ষিণ আফ্রিকাত সন্ধান লাভ আন এক কৰোনা প্ৰজাতিৰ : অস্বাভাৱিক হাৰত সলাব পাৰে নিজৰ ৰূপ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰোনা ভাইৰাছৰ (Corona Virus) সংক্ৰমণ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংক্ৰমণ বৃদ্ধি পোৱাৰ খবৰ আহিছে। চৰকাৰী পৰিসংখ্যা অনুসৰি, যোৱা দুসপ্তাহত কোভিড যথেষ্ট বৃদ্ধি পাইছে। ১৫ দিনত প্ৰায় চাৰে তিনিগুণ বৃদ্ধি পালে কৰোনা।

Corona Virus
দুসপ্তাহত তিনিগুণ বৃদ্ধি কৰোনা সংক্ৰমণৰ হাৰ:

যোৱা দুসপ্তাহত ১০ শতাংশ বা তাতকৈ অধিক সংক্রমণৰ হাৰ থকা জিলাৰ সংখ্যা ৩২ লৈ বৃদ্ধি পালে৷ মাত্ৰ ১৫ দিন পূৰ্বে দেশৰ ৫ খন ৰাজ্যৰ ৯ খন জিলাত কৰোনা সংক্ৰমণৰ সংখ্যা ১০ শতাংশতকৈ অধিক আছিল। এই হঠাৎ সংক্ৰমণৰ বৃদ্ধিয়ে উদ্বেগৰ সৃষ্টি কৰিছে।পৰিসংখ্যা অনুসৰি, যোৱা ১৯ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ বিভিন্ন ৰাজ্যৰ মুঠ ৬৩খন জিলাত কৰোনা সংক্ৰমণৰ হাৰ ৫ৰ পৰা ১০ শতাংশৰ ভিতৰত আছিল।

Corona Virusদুসপ্তাহৰ আগতে এই সংখ্যা আছিল মাত্ৰ ১৫। দিল্লী, কেৰালা, গুজৰাট আৰু মহাৰাষ্ট্ৰত আন ৰাজ্যতকৈ অধিক সংক্ৰমণৰ হাৰ। যোৱা দুদিনত দৈনিক সংক্ৰমণৰ পৰিসংখ্যাও আছিল আতংকজনক। একেৰাহে দুদিন ধৰি আক্ৰান্তৰ সংখ্যাই ১৮০০ৰ সীমা অতিক্ৰম কৰিলে। অতি সোনকালে ২০০০ পাৰ হʼব পাৰে বুলি আশংকা কৰা হৈছে।

Corona Virusদেশৰ কৰোনা পৰিস্থিতিক লৈও চিন্তিত হৈ পৰিছে স্বাস্থ্য বিশেষজ্ঞসকল। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজোৰা কোভিড আখৰা। অহা মাহৰ ১০ আৰু ১১ তাৰিখে দেশৰ বিভিন্ন চিকিৎসালয়ত কৰোনাৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি পৰীক্ষা কৰা হʼব। আখৰা কৰা হʼব। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহক অনুশীলনৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰালয়েও এই সন্দৰ্ভত ৰাজ্যসমূহলৈ গাইডলাইন প্ৰেৰণ কৰিছে।চৰকাৰী পৰিসংখ্যা অনুসৰি, যোৱা এসপ্তাহত কৰোনাত আক্ৰান্ত হৈ ২৯ জন লোকৰ মৃত্যু হৈছে। আগৰ সপ্তাহত এই সংখ্যা আছিল ১৯।

ফলত মৃত্যুৰ পৰিসংখ্যাও কিছু চিন্তাৰ কাৰণ হৈ পৰিছে।বিশেষজ্ঞসকলে এই পৰিস্থিতিত আগতীয়াকৈ সাৱধান হোৱাটো প্ৰয়োজনীয় বুলি ভাবে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মৌলিক পদ্ধতি যেনে মাস্ক, চেনিটাইজাৰ আদিৰ পৰামৰ্শ দিয়া হৈছে। লগতে আগন্তুক দিনত যদি কোনো নতুন মহামাৰীৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহʼলে চিকিৎসালয়সমূহত ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত বিচনা, ঔষধ, অক্সিজেন আৰু আই চি ইউ সেৱা আছেনে নাই সেয়া এপ্ৰিল মাহৰ অনুশীলনত পৰীক্ষা কৰা হʼব।

Tags: Corona Virus
Share4Tweet3Send

Related Posts

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

by Staff Reporter
July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by Staff Reporter
July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by Staff Reporter
July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

by Staff Reporter
July 5, 2026
50
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by News Desk
July 5, 2026
50
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

by News Desk
July 4, 2026
50
ADVERTISEMENT
‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx