ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi I মোদী-মন্তব্যত জামিন লাভ ৰাহুল গান্ধীৰ, ১৩ এপ্রিলত পৰৱর্তী শুনানি

নিউজ ডেস্কঃ

News Desk by News Desk
April 3, 2023
Reading Time: 1 min read
A A
0
Rahul Gandhi I মোদী-মন্তব্যত জামিন লাভ ৰাহুল গান্ধীৰ, ১৩ এপ্রিলত পৰৱর্তী শুনানি

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

মোদী উপাধি সন্দৰ্ভত আপত্তিকৰ মন্তব্য কৰাৰ দোষত মানহানিৰ গোচৰত কংগ্রেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক জামিন প্ৰদান (Grant of Bail) চুৰাটৰ ছেচন কোৰ্ট (Session Court of Surat)ৰ। এই গোচৰত কংগ্রেছ নেতাজনক দুবছৰৰ শাস্তিৰ নির্দেশ দিছিল চুৰাটৰেই ন্যায়িক আদালতে। উক্ত সিদ্ধান্তৰ বিৰুদ্ধেই ছেচন আদালতৰ দ্বাৰস্থ হৈছিল ৩০ দিনৰ অন্তর্বর্তীকালীন জামিনত থকা ৰাহুল গান্ধী। 

 ৰাহুল গান্ধী
মোদী-মন্তব্যত জামিন লাভ ৰাহুল গান্ধীৰ:

আদালতৰ এই ৰায়ৰ পিছত পৰৱর্তী শুনানিৰ দিন, অর্থাৎ ১৩ এপ্রিল পর্যন্ত ৰাহুলৰ বিৰুদ্ধে কোনো আইনগত পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব। ৰাহুলৰ বিৰুদ্ধে যিগৰাকী বিজেপি বিধায়ক পূর্ণেশ মোদীয়ে মানহানিৰ অভিযোগ দাখিল কৰিছিল, তেওঁক ১০ এপ্রিলৰ ভিতৰত নিজৰ বক্তব্য জনোৱাৰ নির্দেশ দিছে আদালতে।

কংগ্রেছ সূত্র মতে, ছেচন আদালতত নিম্ন আদালতৰ ৰায়ত অন্তর্বর্তী স্থগিতাদেশ পোৱাৰ বাবে আর্জি জনায় ৰাহুলে। ৰাহুলৰ হৈ আদালতত প্ৰতিনিধিত্ব কৰে তেওঁৰ অধিবক্তা আৰএছ চিমাই। অৱশ্যে আদালতত নিজেও উপস্থিত থাকে ৰাহুল। তেওঁৰ সৈতে আছিল ভগ্নী প্রিয়ঙ্কা গান্ধী, কংগ্রেছশাসিত তিনি ৰাজ্য— ৰাজস্থান, ছত্তিশগড়, হিমাচল প্রদেশৰ মুখ্যমন্ত্রী যথাক্রমে অশোক গেহলট, ভূপেশ বাঘেল আৰু সুখবিন্দৰ সিং সুখু।

ইফালে ৰাহুলৰ আদালতত উপস্থিত থকা সন্দৰ্ভত প্রাক্তন কংগ্রেছ সভাপতিগৰাকীক বিদ্রুপ কৰিবলৈ এৰা নাই বিজেপিয়ে। কেন্দ্রীয় আইনমন্ত্রী কিৰেন ৰিজিজুৱে সোমবাৰে পুৱা টুইটাৰত লিখে, “এজন অভিযুক্ত উচ্চ আদালতত আবেদন জনোৱাৰ বাবে নিজে নাযায়, যোৱাৰ প্রয়োজনো নপৰে। কিন্তু ৰাহুল গান্ধীয়ে শিশুৰ দৰে দলবল লৈ তাত নাটক কৰিবলৈ গৈছে।”

Tags: Grant of BailRahul gandhiজামিন লাভৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

by News Desk
August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

by News Desk
August 3, 2026
50
India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ
National-International

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

by News Desk
August 3, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

by News Desk
August 3, 2026
50
PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা
National-International

PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা

by News Desk
August 3, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

Delhi protest : মোদীৰ ক্ষমা, প্ৰধানমন্ত্ৰীক লৈ মন্তব্য কৰা কিশোৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ দিল্লী আৰক্ষীৰ

by News Desk
August 3, 2026
50
ADVERTISEMENT
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx