ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Khalistani leader I অমৃতপালৰ আহ্বানত পঞ্জাবত অশান্তিৰ সৃষ্টি হ’ব পাৰে! বৈশাখী উৎসৱত আৰক্ষীৰ সকলো ছুটী বাতিল

নিউজ ডেস্কঃ

News Desk by News Desk
April 7, 2023
Reading Time: 1 min read
A A
0
Khalistani leader I অমৃতপালৰ আহ্বানত পঞ্জাবত অশান্তিৰ সৃষ্টি হ’ব পাৰে! বৈশাখী উৎসৱত আৰক্ষীৰ সকলো ছুটী বাতিল

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

পঞ্জাবত বিয়পিব পাৰে নতুন অশান্তি। এই আশংকাৰ বাবেই ৰাজ্যখনৰ আপ চৰকাৰে ১৪ এপ্ৰিললৈকে সকলো আৰক্ষীৰ ছুটী বাতিল (Police leave cancelled) কৰে। এই খবৰ লাভ কৰা হৈছে ৰাজ্য প্ৰশাসনৰ সূত্ৰৰ পৰা। উক্তদিনা পঞ্জাবৰ বৈশাখী উৎসৱ (Baisakhi Festival of Punjab)। শিখসকলৰ বাবে এই উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে।

পুনৰ সেইদিনা বিচ্ছিন্নতাবাদী খালিস্তানী নেতা (Khalistani leader) অমৃতপাল সিঙে (Amritpal Singh) সাৰাৱত খালছা আয়োজন কৰিবলৈ আহ্বান জনায়। সেই সমাৱেশৰ পৰাই অশান্তিৰ জুই বিয়পিব পাৰে বুলি প্ৰশাসনৰ এটা অংশই আশংকা কৰিছে। গতিকে সতৰ্কতামূলক ব্যৱস্থা হিচাপে চৰকাৰে আৰক্ষীৰ ছুটী বাতিল কৰি যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব বিচাৰে।

অমৃতপাল
অমৃতপালৰ আহ্বানত পঞ্জাবত অশান্তিৰ সৃষ্টি হ’ব পাৰে:

উল্লেখ্য, আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰাৰ পিছত এতিয়াও সন্ধানহীন হৈ আছে অমৃতপাল। খালিস্তানী নেতাজনৰ একাংশ সহযোগীক গ্ৰেপ্তাৰ কৰি তেওঁৰ অৱস্থা নিশ্চিত কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে। কিছুদিন পূৰ্বে অমৃতপালে এটা গোপন ডেৰাৰ পৰা ভিডিঅ’ মেছেজ দিছিল। তাতে তেওঁ শিখসকলৰ সৰ্বোচ্চ ধৰ্মীয় সংস্থা অকাল তখতৰ জাথেদৰ জ্ঞানী হৰপ্ৰীত সিংক সাৰবাত খালছাৰ আয়োজন কৰিবলৈ আহ্বান জনায়।

তেওঁ ১৪ এপ্ৰিলৰ দিনটো সাৰাৱত খালছা আয়োজন কৰাৰ দিন হিচাপে নিৰ্ধাৰণ কৰে। অমৃতপালৰ এই আহ্বানৰ প্ৰতি অকাল তখতে কিমান সঁহাৰি দিব সেই লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে। তদুপৰি, শিৰোমণি গুৰদ্বাৰ প্ৰবন্ধক সমিতি গঠনৰ পিছত সাৰাৱত খালছাৰ পুৰণি গুৰুত্ব হেৰুৱাই পেলায়। অৱশ্যে পঞ্জাব চৰকাৰে সাৱধানতাত কোনো ধৰণৰ সুৰুঙা এৰিব নিবিচাৰে।

পঞ্জাব আৰক্ষীৰ সূত্ৰ অনুসৰি, ডিজিয়ে সকলো আৰক্ষী বিষয়া, আনকি কনিষ্টবললৈও বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকৰ ছুটী ১৪ এপ্ৰিললৈকে বাতিল কৰা হৈছে। অনিবাৰ্য কাৰণৰ বাহিৰে আগতীয়াকৈ অনুমোদিত সকলো ছুটীও বাতিল কৰা হৈছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক কোনো ছুটীৰ আবেদনৰ অনুমতি নিদিবলৈ অৱগত কৰা হৈছে।

Tags: Amritpal SinghLeave cancelledpubjabpoliceঅমৃতপালছুটী বাতিল
Share4Tweet3Send

Related Posts

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

by Staff Reporter
June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

ADVERTISEMENT
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT