ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ministry of External Affairs I সীমান্তত শান্তি ঘূৰি নাহিলে চীনৰ সৈতে সম্পৰ্ক উন্নত নহয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

নিউজ ডেস্কঃ

News Desk by News Desk
April 7, 2023
Reading Time: 1 min read
A A
0
Ministry of External Affairs I সীমান্তত শান্তি ঘূৰি নাহিলে চীনৰ সৈতে সম্পৰ্ক উন্নত নহয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

ভাৰত (India)ৰ প্ৰতিবাদৰ পিছতো চীনে অৰুণাচল প্ৰদেশ (Arunachal predesh)ৰ ১১ টা স্থানৰ নাম সলনি কৰাৰ সিদ্ধান্তত দৃঢ়তাৰে থিয় দিবলৈ বাৰ্তা দিছে। আনকি অৰুণাচলক ছি জিনপিং চৰকাৰে ‘সাৰ্বভৌম চীনৰ অংশ’ বুলি চিনাক্ত কৰিছে। এনে পৰিস্থিতিত লাডাখ সদৃশ সংঘাতৰ পুনৰাবৃত্তিৰ পৰা হাত সাৰিবলৈ নৰেন্দ্ৰ মোডী চৰকাৰে উত্তৰ-পূবৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ আহ্বান জনাইছে।

শুকুৰবাৰে বৈদেশিক মন্ত্ৰালয়ৰ (Ministry of External Affairs) মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা চীনৰ সৈতে আমাৰ সম্পৰ্ক স্বাভাৱিক হোৱা নাই। সীমান্তৰ শান্তি পুনৰ ঘূৰি নাহিলে সম্পৰ্ক স্বাভাৱিক কৰাটো কঠিন হʼব।” চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে বুধবাৰে কয়, ”জাংনান (চীনা নাম অৰুণাচল প্ৰদেশ) চীনৰ ভূখণ্ডৰ অংশ। এই আইন অনুসৰি, চীন (China) চৰকাৰে প্ৰশাসনিক উদ্দেশ্যত কিছু নাম সলনি কৰিছে। এয়া চীনৰ সাৰ্বভৌম অধিকাৰ।”

সীমান্তত শান্তি
সীমান্তত শান্তি ঘূৰি নাহিলে চীনৰ সৈতে সম্পৰ্ক উন্নত নহয়:

উল্লেখ্য, কমিউনিষ্ট পাৰ্টিৰ নিয়ন্ত্ৰিত চীন চৰকাৰী কাকত গ্লোবেল টাইমছে সোমবাৰে আনুষ্ঠানিক অধিসূচনাৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে দেওবাৰে দেশখনৰ গৃহ বিভাগে অৰুণাচলৰ ১১খন জিলাৰ নাম সলনি কৰিছিল। য’ত ৫টা পৰ্বতৰ শৃংগ, ২টা মালভূমি অঞ্চল, ২টা আৱাসিক অঞ্চল আৰু ২খন নদী অন্তৰ্ভুক্ত। পিছত চীনৰ এই পদক্ষেপক গৰিহণা দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দমে কয়, “অৰুণাচলৰ যি ১১টা অঞ্চলৰ নাম সলনি কৰা হৈছে সেইখিনি ভাৰতৰ ভূখণ্ডৰ অংশ।” কিন্তু বেইজিঙে নিজৰ স্থিতিৰ সংকেত দিছে।

চীনে কেতিয়াও অৰুণাচলক ভাৰতীয় ভূখণ্ড হিচাপে স্বীকৃতি দিয়া নাই। তেওঁলোকে দাবী কৰে যে উত্তৰ-পূব ভাৰত প্ৰদেশখন দখল কৰা তিব্বতৰ দক্ষিণ অংশ। ইয়াৰ পূৰ্বেও চীনে দুবাৰকৈ অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ নাম সলনি কৰিছে। ২০১৭ চনত দালাই লামাৰ অৰুণাচল ভ্ৰমণৰ পিছত চীনৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্যখনৰ ৬টা স্থানৰ নাম সলনি কৰিছিল। ২০২১ চনত তেওঁলোকে আৰু ১৫টা ঠাইত নাম সলনি কৰাৰ কথা ঘোষণা কৰে।
লাডাখৰ উপৰি যোৱা কেইবছৰমানৰ পৰা টাৱাঙকে ধৰি অৰুণাচলৰ কেইবাটাও অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) পাৰ হৈ চীনৰ সামৰিক আগ্ৰাসনৰ খবৰ আহিছে। এই পৰিস্থিতিত নতুন দিল্লীয়ে অনুভৱ কৰিছে যে কূটনৈতিক পৰ্যায়ত বেইজিঙৰ এই আগ্ৰাসী মনোভাৱে নতুন সামৰিক উত্তেজনাৰ সৃষ্টি কৰিব পাৰে।

শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও কয় যে সীমান্তত শান্তি ঘূৰি নাহিলে ভাৰত-চীনৰ সম্পৰ্ক স্বাভাৱিক নহʼব। জয়শংকৰে ভাৰত-চীনৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰাৰ সময়তে তিনিওটা ‘এম’ক উল্লেখযোগ্যভাৱে উত্থাপন কৰে। অৰ্থাৎ,
‘মিউছুৱেল চেনচিটিভিটি (পাৰস্পৰিক সংবেদনশীলতা),
মিউছুৱেল ৰেছপেক্ত (পাৰস্পৰিক সন্মান)’
আৰু মিউছুৱেল ইন্টাৰেষ্ট (পাৰস্পৰিক স্বাৰ্থ)।

তেওঁ কয়, আমি আশা কৰিব পাৰো যে এছিয়াৰ উত্থান অব্যাহত থাকিব। সকলো সূচকে সেই দিশটোকে আঙুলিয়াই দিছে। কিন্তু ই কিমানখিনি একত্ৰিত হৈ থাকিব পাৰে সেয়া নিৰ্ভৰ কৰে আভ্যন্তৰীণ ফাঁটবোৰ কেনেকৈ মেৰামতি কৰা হয় তাৰ ওপৰত।

Tags: ArunachalChinaঅৰুণাচলচীন
Share4Tweet3Send

Related Posts

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

by Staff Reporter
May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

by Staff Reporter
May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

by Staff Reporter
May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

by Staff Reporter
May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

by Staff Reporter
May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx