ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

গৃহমন্ত্ৰী অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ বিৰোধিতা চীনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 10, 2023
Reading Time: 1 min read
A A
0
গৃহমন্ত্ৰী অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ বিৰোধিতা চীনৰ

RELATED POSTS

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

চীনে (China) গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah)ৰ অৰুণাচল প্ৰদেশ ভ্ৰমণ (Visit to Arunachal Pradesh)ৰ তীব্ৰ বিৰোধিতা (Strong opposition) কৰি কৈছে যে অঞ্চলটোত তেওঁৰ কাৰ্যকলাপক বেইজিঙৰ আঞ্চলিক সাৰ্বভৌমত্ব উলংঘন বুলি বিবেচনা কৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা কয়।

উল্লেখ্য, বিগত সপ্তাহত চীনে অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইৰ নাম “পুনৰ নামকৰণ” কৰি সেইবোৰ চীনৰ ভূখণ্ডৰ অংশ হিচাপে দাবী কৰিছিল।

amit 1 1 | ASSAM TIMES POST

গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণসন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত মুখপাত্ৰ ৱাং ৱেনবিনে কয়, “জাংনান চীনৰ ভূখণ্ড।
ভাৰতীয় নেতাজনৰ জাংনান ভ্ৰমণে চীনৰ আঞ্চলিক সাৰ্বভৌমত্ব উলংঘা কৰে আৰু সীমান্ত পৰিস্থিতিৰ শান্তি আৰু শৃংখলাৰ বাবে অনুকূল নহয়।”

উল্লেখযোগ্য যে অমিত শ্বাহে ১০ আৰু ১১ এপ্ৰিলত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব। তাত তেওঁ ভাৰত-চীন সীমান্তৰ এখন গাঁও কিবিথুত ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰ’গ্ৰাম’ আৰম্ভ কৰিব।

উল্লেখ্য যে ভাৰতে এইটো কথা সদায়ে সজোৰে কৈ আহিছে যে অৰুণাচল প্ৰদেশ দেশখনৰ এক অপৰিহাৰ্য অংশ আৰু চীনে নিজৰ উদ্ভাৱনীমূলক নাম দিলেই পূৰ্বৰৰ বাস্তৱিকতা সলনি নহয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: amitshaharunachalpradeshঅমিত শ্বাহঅৰুণাচল
Share4Tweet3Send

Related Posts

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
55
Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes
NORTHEAST

Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes

by News Desk
August 29, 2026
53
Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized

ADVERTISEMENT
Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
National-International

September 12, 2026
50
US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

September 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

September 12, 2026
US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

September 12, 2026
BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d