![]()
ভাৰতীয় ৰে’ল (Indian Railway)ত লক্ষ্মীৰ ভৰ। ২০২২-২৩ বিত্তীয় বর্ষত ৰে’লৰ ৰাজহ আয় (Train revenue income) হৈছে ২.৪০ লাখ কোটি (2.40 lakh crore) টকা।

বিগত বিত্তীয় বর্ষতকৈ যিটো প্রায় ৪৯ হাজাৰ কোটি টকা বেছি। সোমবাৰে এই তথ্য জনাইছে ৰে’ল মন্ত্ৰালয়ে। দেশত যাত্রী পৰিবহণত ৰে’লৰ ভূমিকা অপৰিসীম। এইবাৰ যাত্রী পৰিসেৱাত বিপুল ধন উপাৰ্জন কৰি অভিলেখ গঢ়িলে ৰে’ল বিভাগে।












