ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi Appeal : চুৰাট আদালতত পুনৰ মুখথেকেছা ৰাহুল গান্ধীৰ, শাস্তিৰ বিৰুদ্ধে কৰা আবেদন নাকচ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 20, 2023
Reading Time: 1 min read
A A
0
Rahul Gandhi Appeal : চুৰাট আদালতত পুনৰ মুখথেকেছা ৰাহুল গান্ধীৰ, শাস্তিৰ বিৰুদ্ধে কৰা আবেদন নাকচ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

ৰাহুল গান্ধীক (Rahul Gandhi) পুনৰ লোকসভাৰ সাংসদ হিচাপে নিযুক্তি দিয়া হʼবনে নহয় বৃহস্পতিবাৰে তাৰ ৰায়ৰ বাবে অপেক্ষা কৰিছিল সকলোৱে। কিয়নো নৰেন্দ্ৰ মোডীৰ (Narendra Modi)  ৰাজ্যৰ চুৰাট সত্ৰ আদালতত ৰাহুল গান্ধীয়ে কৰা শাস্তি ৰেহাই আবেদনৰ ৰায়দান আছিল। কিন্তু সেই আবেদন নাকচ কৰে চুৰাট সত্ৰ আদালতে।

RELATED POSTS

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Rahul Gandhi Appeal
চুৰাট আদালতত পুনৰ মুখথেকেছা ৰাহুল গান্ধীৰ:

যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত ‘মোডী’ উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰা ৰাহুলক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ইয়াৰ আধাৰত ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮(৩) অনুচ্ছেদৰ অধীনত ৰাহুলক সংসদ সদস্যৰ পৰা বৰ্খাস্ত কৰে।

দণ্ডাধীশ আদালতৰ ৰায়ৰ বিৰুদ্ধে তেওঁ যোৱা ৩ এপ্ৰিলত চুৰাটৰ সত্ৰ আদালতত আবেদন দাখিল কৰে। ন্যায়াধীশ আৰ পি মোগেৰাই (R P Mogera) সেই কথা মানি লৈ জামিন বৰ্তাই ৰখাৰ নিৰ্দেশ দিয়ে। কিন্তু সেইদিনা সত্ৰ আদালতে ৰাহুলক দোষী ঘোষণা কৰি দণ্ডাধীশ আদালতৰ ন্যায়াধীশ এইচ এইচ ভাৰ্মাৰ ৰায়দান স্থগিত ৰখা নাছিল।

দণ্ডাধীশ আদালতৰ ৰায়দানৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ বিচাৰি সত্ৰ আদালতত ৰাহুলে কৰা আবেদন বৃহস্পতিবাৰে ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ১৩ এপ্ৰিলত পূৰ্বৰ শুনানিৰ দিনটোত অতিৰিক্ত সত্ৰ ন্যায়াধীশ মোগেৰাই ঘোষণা কৰিছিল যে ৰায় সংৰক্ষিত হʼব।

ৰাহুলৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ অভিযোগ দাখিল কৰা বিজেপিৰ প্ৰাক্তন বিধায়ক তথা গুজৰাট চৰকাৰৰ মন্ত্ৰী পূৰ্ণেশ মোডীক সত্ৰ আদালতে ১০ এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(৩)ত উল্লেখ আছে যে অপৰাধমূলক অপৰাধৰ বাবে দুবছৰতকৈ অধিক কাৰাদণ্ডৰ শাস্তি পোৱা যিকোনো ব্যক্তিয়ে দোষী সাব্যস্ত হোৱাৰ তাৰিখৰ পৰা জনসাধাৰণৰ প্ৰতিনিধি হোৱাৰ অধিকাৰ হেৰুৱাব লাগিব। আৰু মুক্তিৰ পিছত কমেও ছবছৰলৈকে নিৰ্বাচনত অৱতীৰ্ণ হʼব নোৱাৰে। কিন্তু উচ্চ ন্যায়ালয়ে ৰায়দান স্থগিত ৰাখিলে পুনৰ নিযুক্তিৰ কোনো বাধা নাই।

উদাহৰণস্বৰূপে লাক্ষদ্বীপৰ এন চি পিৰ সাংসদ হত্যাৰ চেষ্টাৰ অভিযোগত নিম্ন আদালতত দোষী সাব্যস্ত হোৱা মহম্মদ ফৈজলে শেহতীয়াকৈ লোকসভাৰ সদস্যপদ পুনৰ লাভ কৰিছে। কাৰণ কেৰালা উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায় স্থগিত ৰাখিছিল।

Tags: Rahul gandhi
Share4Tweet3Send

Related Posts

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT