ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Amritpal Singh Arrested I অৱশেষত আত্মসমৰ্পণ কৰিলে খালিস্তানী নেতা অমৃতপাল সিঙেঃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 23, 2023
Reading Time: 1 min read
A A
0
Amritpal Singh I খালিস্তানী নেতা অমৃতপালৰ বিৰুদ্ধে লুকাউট জাননী, জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা পঞ্জাব আৰক্ষীৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

অৱশেষত আত্মসমৰ্পণ কৰিলে খালিস্তানী নেতা অমৃতপাল সিঙে (Amritpal Singh)। বিগত তিনিদিন পূৰ্বে অমৃতপালৰ পত্নী কিৰণদ্বীপক (Kirandeep) অমৃতসৰলৈ যোৱাৰ পৰত বিমানবন্দৰত শুল্ক বিভাগৰ বিষয়াই আটক কৰি জেৰা আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত কিৰণদ্বীপক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

Amritpal Singh
Amritpal Singh Arrested:
পত্নীক আটক কৰা খবৰ শুনিয়েই দেওবাৰে পুৱতি নিশা অমৃতপালে গুৰুদ্বাৰলৈ আহি আৰক্ষীৰ সমুখত আত্মসমৰ্পণ কৰে। অৱশ্যে বৰ্তমান সময়লৈকে খালিস্তানী নেতাগৰাকীৰ আত্মসমৰ্পণ সম্পৰ্কত কোনো ধৰণৰ বিশেষ তথ্য সংবাদ মাধ্যমক জনোৱা নাই আৰক্ষীয়ে। সম্প্ৰতি অসমৰ কাৰগাৰালৈ লৈ অনা হৈছে অমৃতপাল সিঙক।Amritpal & Kirandeep
আকৌ একাংশ সংবাদ মাধ্যমে কয় যে, অমৃতপালে শনিবাৰে সন্ধিয়া মোগাত উপস্থিত হৈ আৰক্ষীক আত্মসমৰ্পণ কৰিম বুলি ফোন কৰিছিল আৰু তাৰ পিছতেই দেওবাৰে পুৱা আত্মসমৰ্পণ কৰে নেতা গৰাকীয়ে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিবাহ পাশত আবদ্ধ হৈছিল অমৃতপাল আৰু কিৰণদ্বীপ।

যোৱা ১৮ মাৰ্চৰ পৰা অমৃতপাল সিং পলাতক হৈ থকা অমৃতপাল সিং ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ মুৰব্বী। তেওঁ পৃথক দেশ খালিস্তানৰ দাবী কৰি আহিছে। ‘ৱাৰিছ পঞ্জাব দে’ সংগঠন পঞ্জাবী অভিনেতা দীপ সিদ্ধুৱে গঠন কৰিছিল। দীপ সিদ্ধুৰ মৃত্যুৰ পিছত অমৃতপাল সিঙে ইয়াক কব্জা কৰি লয়। তেওঁ ডুবাইৰ পৰা ভাৰতলৈ আহি এই সংগঠনত মানুহক জড়িত কৰা আৰম্ভ কৰে। চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে অমৃতপাল চৰ্চালৈ আহিছিল। তেওঁ অজনালা আৰক্ষী থানাত নিজৰ আত্মীয়ক উলিয়াই অনাৰ বাবে সহস্ৰাধিক সমৰ্থকক লগত লৈ আক্ৰমণ কৰিছিল। এই আক্ৰমণত ৬জন আৰক্ষীৰ কৰ্মী আহত হৈছিল।

Tags: Amritpal Singh
Share4Tweet3Send

Related Posts

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

by Staff Reporter
June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান
National-International

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

by News Desk
June 26, 2026
50
ADVERTISEMENT
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx