ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Street Dogs I ভয়ঙ্কৰ ঘটনা! অঘৰী কুকুৰে ঘৰৰ পৰা উঠাই নি ভক্ষণ কৰিলে শিশুকন্যা

নিউজ ডেস্কঃ

News Desk by News Desk
April 24, 2023
Reading Time: 1 min read
A A
0
Street Dogs I ভয়ঙ্কৰ ঘটনা! অঘৰী কুকুৰে ঘৰৰ পৰা উঠাই নি ভক্ষণ কৰিলে শিশুকন্যা

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

অঘৰী কুকুৰ (Street dogs) এটাই ঘৰত সোমাই ৪ মহীয়া শিশুকন্যাক (4-month old girl) উঠাই লৈ যায়। ইয়াৰ পিছত এদল অঘৰী কুকুৰে শিশুকন্যাটিক নিৰ্জন স্থানলৈ লৈ গৈ কামুৰি (bites) পেলায়। ফলত শিশুকন্যাজনীৰ মৃত্যু (child girl Death) হয়। উত্তৰ প্ৰদেশৰ আলিগড়ত (Aligarh) সংঘটিত হৈছে এই ঘটনা। সোমবাৰে এই ঘটনা পোহৰলৈ আহে। এই ঘটনাত স্তম্ভিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল।

অঘৰী কুকুৰ
অঘৰী কুকুৰে ঘৰৰ পৰা উঠাই নি ভক্ষণ কৰিলে শিশুকন্যা:

আলিগড়ৰ সুৱৰ্ণজয়ন্তী নগৰ অঞ্চলৰ এটা ঘৰত বিয়াৰ অনুষ্ঠান আছিল। স্বাভাৱিকতে পৰিয়ালটোৰ সকলোৱে বিয়াখনতে ব্যস্ত হৈ আছিল। শিশুটিৰ পিতৃ-মাতৃও বিয়াৰ কামত ব্যস্ত হৈ পৰিছিল। সেই সময়ত কেঁচুৱাটি ঘৰতে শুৱাই থোৱা আছিল। অভিযোগ অনুসৰি, সেই সময়ত এটা কুকুৰে লুকাই-চুৰকৈ ঘৰত সোমাই শিশুটিক মুখেৰে কামুৰি লৈ পলাই যায়। পিছত কুকুৰটোৱে কেঁচুৱাটিক লৈ যায় নিৰ্জন ঠাইলৈ।

তাত আন কেইটামান অঘৰী কুকুৰ গোট খায়। ইয়াৰ পিছত আটাইকেইটাই কেঁচুৱাটিক কামুৰি মাৰি পেলায় আৰু ভক্ষণ কৰে।ইফালে ঘৰত শিশুটিক বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে বিচাৰিবলৈ ধৰে। পিছত শিশুটিক খণ্ড-বিখণ্ড অৱস্থাত অঘৰী কুকুৰৰ জাকটোৰ কবলৰ পৰা উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি, পৰিয়ালৰ লোকক ইয়াৰ পূৰ্বেও কুকুৰে আক্ৰমণ কৰিছিল।

কিছুদিন পূৰ্বে আলিগড়ত অঘৰী কুকুৰৰ আক্ৰমণত এজন অৱসৰপ্ৰাপ্ত চিকিৎসকৰ মৃত্যু হয়। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰাতভ্ৰমণ কৰাৰ সময়ত তেওঁক অঘৰী কুকুৰে আক্ৰমণ কৰে। সেই ঘটনাৰ পিছত আলিগড়ত পুনৰ পোহৰলৈ আহে কুকুৰে কামোৰাৰ ফলত মৃত্যুৰ অভিযোগ। বিগত সময়ত দেশৰ বিভিন্ন ৰাজ্যত কুকুৰে কামোৰাৰ ঘটনা পোহৰলৈ আহিছে।

Tags: Stray dogsUPঅঘৰী কুকুৰউত্তৰ প্ৰদেশ
Share4Tweet3Send

Related Posts

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ
National-International

by Staff Reporter
June 16, 2026
50
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
National-International

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

by Staff Reporter
June 16, 2026
50
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

by News Desk
June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

ADVERTISEMENT
Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ
National-International

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
50
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
National-International

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
50
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT