ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Road Accident I বগীবিল দলঙৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা : দুই আৰোহী থিতাতে নিহত

বিশেষ প্ৰতিবেদনঃ

News Desk by News Desk
April 30, 2023
Reading Time: 1 min read
A A
0
Road Accident I বগীবিল দলঙৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা : দুই আৰোহী থিতাতে নিহত

RELATED POSTS

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

যোৱা নিশা প্ৰায় ১১-৪৫ মান বজাত ডিব্ৰুগড় (Dibrugarh)ৰ বৰবৰুৱা আৰক্ষী থানাৰ (Barbarooah Police Station) অধীনৰ বগীবিল আৰক্ষী থানাৰ (Bogibeel Police Station) অন্তৰ্গত বগীবিল দলঙৰ সংযোগী ৫২নং (বি) ৰাষ্ট্ৰীয় ঘাইপথত এখন আৰ্গ্যা টয়টা বাহনৰ সৈতে গ্লেমাৰ বাইকৰ হোৱা মুখামুখি সংঘৰ্ষৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উক্ত দুৰ্ঘটনাটোত গ্লেমাৰ বাইকত (Bike Accident) থকা দুই আৰোহী থিতাতে নিহত (Two riders killed) হয়।

বগীবিল দলঙ
বগীবিল দলঙৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা:

উল্লেখ্য যে, বগীবিল ৫২ নং(বি) ৰাষ্ট্ৰীয় ঘাইপথৰে এএচ-০৬-এএ-০৯৬৭ নম্বৰৰ এখন গ্লেমাৰ বাইকেৰে বগীবিলৰ পৰা ডিব্ৰুগড় দিশে আহি থকাৰ সময়তে বিপৰীতে দিশৰ পৰা তীব্ৰ বেগেৰে যোৱা এএচ-০১-এফডি-২৫৭৮ নম্বৰৰ আৰ্গ্যা টয়টা গাড়ীখনে, বাইকখনত তীব্ৰ গতিত খুণ্ডা মৰাৰ ফলত বাইকত অহা ডিব্ৰুগড়ৰ জকাই ২৭ ঘৰীয়া কৈৱৰ্ত গাঁৱৰ মংগল লাল দাস(৪০) আৰু ভৱৰাম দাস(৩৪)ৰ ঘটনাস্থলীতেই মৃত্যু হয়। দুৰ্ঘটনাত নিহত মঙ্গল লাল দাসে পত্নী সহ দুই পুত্ৰ আৰু ভৱৰাম দাসে একমাত্ৰ পুত্ৰ কন্যা সহ পত্নী ইহসংসাৰত এৰি থৈ গৈছে।

আনহাতে, টয়টা বাহনখনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। মন কৰিবলগীয়া যে, বগীবিলৰ উক্ত ঘাইপথটোত সঘনাই এনে পথ দুৰ্ঘটনা সংঘটিত হোৱাক লৈ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে ডিব্ৰুগড় উপায়ুক্ত সহিতে প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বিগত ৩ বছৰ দিনে কোনো উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এনে অনুৰূপ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু বহু নিৰীহ লোকে নিজ প্ৰাণ হেৰুৱায় বুলি প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Bike AccidentBogibeelবগীবিলবাইক দুৰ্ঘটনা
Share4Tweet3Send

Related Posts

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

by News Desk
September 14, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
54
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

53
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ

52
ADVERTISEMENT
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d