![]()
বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাক যৌন নিৰ্যাতন (Sexual harassment) চলোৱাৰ অভিযোগ উত্থাপন হৈছে অধ্যাপকৰ বিৰুদ্ধে। গুৰুগ্ৰাম বিশ্ববিদ্যালয়ত (Gurugram University) সংঘটিত হৈছে এই ঘটনা। অভিযুক্তজন বিশ্ববিদ্যালয়খনৰ ঔষধ বিজ্ঞান বিভাগৰ ডীন। অৱশ্যে এই অভিযোগ তেওঁ অস্বীকাৰ কৰে। সোমবাৰে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অৱগত কৰে।














