Tag: Featured

“ইজু”ৰ আহ্বানত বোকাখাতত সাংবাদিক হত্যাৰ প্ৰতিবাদ আৰু সুৰক্ষাৰ দাবীত সাংবাদিকৰ সত্যাগ্ৰহ কাৰ্যসূচী সম্পন্ন

“ইজু”ৰ আহ্বানত বোকাখাতত সাংবাদিক হত্যাৰ প্ৰতিবাদ আৰু সুৰক্ষাৰ দাবীত সাংবাদিকৰ সত্যাগ্ৰহ কাৰ্যসূচী সম্পন্ন

অজন্তা তালুকদাৰ বোকাখাত : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাখাতৰ ৰাজপথলৈ ওলাই আহিল মহকুমাটোৰ সাংবাদিকসকল। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলৰ ওপৰত ...

ভেকচিনত অনিয়ম : ৰুছ স্বাস্থ্য মন্ত্রালয়ৰ পদ এৰিলে চিকিৎসকে

ভেকচিনত অনিয়ম : ৰুছ স্বাস্থ্য মন্ত্রালয়ৰ পদ এৰিলে চিকিৎসকে

নিউজ ডেস্কঃ ৰাছিয়াৰ ঘোষণাৰ পিছতেই বিশ্ব স্বাস্থ্য সংস্থা (হু)ই জনাইছিল যে এই টীকা তেওঁলোকৰ তালিকাতেই নাছিল। ক্লিনিকেল ট্রায়েল সম্পূর্ণ নকৰাকৈয়েই ...

কৰোনাক্ৰান্তহৈ ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দেহাৱসান

কৰোনাক্ৰান্তহৈ ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দেহাৱসান

ষ্টাফ ৰিপৰ্টাৰ ডিফু : কাল কৰোনাই সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত মহা তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ ...

স্বাস্থ্য : ক’ৰোনা ভাইৰাছৰ পৰা বাচিবলৈ বয়সস্থসকলে কি কৰিব?

স্বাস্থ্য : ক’ৰোনা ভাইৰাছৰ পৰা বাচিবলৈ বয়সস্থসকলে কি কৰিব?

স্বাস্থ্য প্ৰতিবেদনঃ ক'ৰোনা ভাইৰাছৰ কাৰণে আটাইতকৈ বেছি চিন্তাৰ কাৰণ বয়সস্থ লোকসকল৷ বিশেষজ্ঞ আৰু চিকিৎসকসকলে এনেদৰেই কয়। বয়সস্থসকলে বহু সময়ত নিজে ...

হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ, এনএছইউআই পৰা নিলম্বন

হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ, এনএছইউআই পৰা নিলম্বন

শিল্পী জুবিন গাৰ্গক আক্ৰমণত জড়িত এনএছইউআই কামৰূপ মহানগৰ জিলা নেতা হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ। আৰক্ষীয়ে কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে শিল্পী ...

শনিবাৰে ৰাজ্যত সাপ্তাহিক লকডাউন নহয়, কিয় জানি লওঁক

শনিবাৰে ৰাজ্যত সাপ্তাহিক লকডাউন নহয়, কিয় জানি লওঁক

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অহা শনিবাৰে সাপ্তাহিক লকডাউন প্ৰত্যাহাৰ কৰিছে ৰাজ্য প্ৰশাসনে। মুখ্য সচিব কুমাৰ সঞ্জয় ...

১৬ আগষ্টৰ পৰা ৰাজ্যত কোভিড-সংক্ৰান্তীয় নতুন নিৰ্দেশনা ঘোষণা ৰাজ্য চৰকাৰৰ

১৬ আগষ্টৰ পৰা ৰাজ্যত কোভিড-সংক্ৰান্তীয় নতুন নিৰ্দেশনা ঘোষণা ৰাজ্য চৰকাৰৰ

নিউজ ডেস্কঃ ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিৰ ওপৰত অধ্যয়ন কৰি ৰাজ্য চৰকাৰে এলানি নতুন নিৰ্দেশনা জাৰি কৰিছে৷ অসম চৰকাৰৰ মুখ্য সচিব ...

Page 393 of 685 1 392 393 394 685
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist