NCERT controversy : আমাৰ ন্যায়পালিকাৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আছে, পাঠ্যপুথিত আদালত অৱমাননা বিতৰ্কক লৈ অনুশোচনা প্ৰকাশ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ
এইবাৰ এন চি ই আৰ টি (NCERT)ৰ পাঠ্যপুথি (Textbook)ৰ বিতৰ্ক (Controversy)ক লৈ মুখ খুলিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী (Education Minister) ধৰ্মেন্দ্ৰ প্ৰধানে। ...







