Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
জালুকবাৰী সমষ্টিক (Jalukbari constituency) ষষ্ঠবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma)ই। এইবাৰৰ নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা...

















