ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Scientist Arrested I পাকিস্তানক ভাৰতৰ প্ৰতিৰক্ষাৰ নথি চালানৰ অভিযোগ! ধৃত ডিআৰডিঅʼ বিজ্ঞানী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 5, 2023
Reading Time: 1 min read
A A
0
Scientist Arrested I পাকিস্তানক ভাৰতৰ প্ৰতিৰক্ষাৰ নথি চালানৰ অভিযোগ! ধৃত ডিআৰডিঅʼ বিজ্ঞানী

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

ভাৰতত বহি থাকি পাকিস্তানলৈ ইটোৰ পিছত সিটোকৈ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা নথি পঠোৱাৰ অভিযোগ ! ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (Indian Defence Research and Development Organisation) এজন বিজ্ঞানীক গ্ৰেপ্তাৰ (Scientist Arrested)  পুনেত। মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদবিৰোধী শাখা এ টি এছে বুধবাৰে গ্ৰেপ্তাৰ কৰে বিজ্ঞানীগৰাকীক।

Scientist Arrested
DRDO scientist arrested in Pune for providing secret intel to Pakistan:

ধৃত বিজ্ঞানীজনে পুনেত বহি পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰিছিল বুলি এ টি এছৰ বিষয়াসকলে জানিবলৈ দিয়ে। ডিআৰডিঅ’ৰ পৰা প্ৰতিৰক্ষা সম্পৰ্কীয় বহু নথি-পত্ৰও ‘পাকিস্তান চোৰাংচোৱা অপাৰেটিভক (পিআইঅ’) প্ৰদান কৰা হৈছিল। অভিযোগ অনুসৰি, যোৱা বুধবাৰেও তেওঁ পিআইঅ’ৰ এজন এজেণ্টৰ সৈতে যোগাযোগ কৰিছিল। এই বিষয়টো এ টি এছৰ দৃষ্টিগোচৰ হোৱাৰ পিছত বুধবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰাথমিক তদন্তত অভিযুক্ত বিজ্ঞানীজনে ভিডিঅ’ কল আৰু ছচিয়েল মিডিয়াত হোৱাটছএপ মেছেজৰ জৰিয়তে পিআইঅ’ৰ সৈতে যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে। ধৃত বিজ্ঞানীগৰাকীয়ে ডিআৰডিঅ’ত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল। গতিকে বহু গোপন নথি-পত্ৰৰ কথাও তেওঁ জানিছিল। আশংকা কৰা হৈছে যে ডিআৰডিঅ’ৰ বিষয়াজনে নিজৰ পদৰ অপব্যৱহাৰ কৰাৰ কাৰণে পাকিস্তানৰ হাতত স্পৰ্শকাতৰ চৰকাৰী নথি-পত্ৰ থাকিব পাৰে, যিটোৱে পিছলৈ ভাৰতৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে।

অভিযুক্তৰ বিৰুদ্ধে মুম্বাইৰ কালাচৌকী এ টি এছ থানাত ৰুজু হৈছে বহু শাখাৰ গোচৰ। এ টি এছৰ এগৰাকী বিষয়াই কয় যে ইতিমধ্যে এই সমগ্ৰ বিষয়টোৰ ওপৰত বিশদ তদন্ত আৰম্ভ কৰা হৈছে।

Tags: পাকিস্তান
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT