ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিৱসাগৰ জিলা প্ৰশাসনৰ অভাৱগ্ৰস্তৰ প্ৰতি সহমৰ্মিতা প্ৰকাশৰ এক বিশেষ উদ্যোগ “মৰম”:

ASSAM TIMES POST by ASSAM TIMES POST
December 1, 2019
Reading Time: 1 min read
A A
0
শিৱসাগৰ জিলা প্ৰশাসনৰ অভাৱগ্ৰস্তৰ প্ৰতি সহমৰ্মিতা প্ৰকাশৰ এক বিশেষ উদ্যোগ “মৰম”:

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

“মৰম”ৰ প্ৰতি ৰাইজে উপচালে অপৰিসীম মৰম

জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই শুভাৰম্ভ কৰে এই পদক্ষেপে

শিৱসাগৰ: শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ অভাৱগ্ৰস্তৰ অভাৱ পূৰণৰ অৰ্থে সহানুভূতি আৰু সহমৰ্মিতা প্ৰকাশৰ বাবে “Soulful Sivasagar” অভিযানৰ অন্তৰ্গত “মৰম” নামৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।  স্থানীয় আৱৰ্ত ভৱনত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আজি পুৱা শুভাৰম্ভ কৰা এই পদক্ষেপে আজি প্ৰথম দিনাই স্থানীয় ৰাইজৰ স্বতঃস্ফূৰ্ত আৰু অফুৰন্ত সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

WhatsApp Image 2019 12 01 at 7.00.54 PM1 | ASSAM TIMES POST

Soulful Sivasagar -ৰ নৱতম পদক্ষেপ “মৰম” উদ্বোধন কৰি উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই সকলো ৰাইজক নিজৰ ঘৰত প্ৰয়োজনতকৈ বেছি থকা বা অব্যৱহৃত অথচ পৰিস্কাৰ সামগ্ৰী যেনে, কাপোৰ, গৰম চোলা, জোতা, কিতাপ-বহী আদি স্বেচ্ছাৰে আগবঢ়াই প্ৰশাসনৰ এই যাত্ৰাত সহযোগ কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে ৰাইজে ইচ্ছা কৰিলে নতুন সামগ্ৰী ক্ৰয় কৰিও আগবঢ়াবা পাৰে বুলি তেওঁ কয়। “মৰম”ৰ উদ্যোগত দয়া বা দানৰ ভাৱেৰে নহয় আন্তৰিকতা আৰু সামাজিক দায়বদ্ধতাৰে নিজৰ সহযোগিতা আগবঢ়োৱাৰ পোষকতা কৰি উপায়ুক্ত গৰাকীয়ে সকলোকে প্ৰশাসনৰ এই আন্তৰিক প্ৰচেষ্টাৰ সৈতে জড়িত হ’বলৈ উৎসাহ যোগায়। এখন সুন্দৰ পৃথিৱী গঢ়াৰ বাবে আমি এজনে আনজনৰ প্রতি মৰম, আন্তৰিকতা, আৰু সহানুভূতি ৰখাটো নিতান্তই প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে।

উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই আৱৰ্ত ভৱন চৌহদতে “মৰম”ৰ উদ্যোগত সংগ্ৰহ কৰা সামগ্ৰী সমূহ জমা ৰাখিব পৰাকৈ “মৰম”ৰ স্থায়ী সংগ্ৰহ কক্ষ এটিও আনুষ্ঠানিক ভাৱে মুকলি কৰে। সংগ্ৰহ কৰা সামগ্ৰী সমূহ অভাৱগ্ৰস্তৰ মাজত যথাৰীতি বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব।“মৰম” পদক্ষেপৰ প্ৰতি ৰাইজৰ ইতিবাচক আৰু বিপুল সঁহাৰি প্ৰত্যক্ষ কৰি উপায়ুক্ত গৰাকীয়ে সকলো ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

WhatsApp Image 2019 12 01 at 7.00.53 PM | ASSAM TIMES POST

প্ৰাৰম্ভিক পৰ্য্যায়ত এই পদক্ষেপৰ মাধ্যমেৰে শিৱসাগৰৰ নগৰ অঞ্চলত, বিশেষকৈ ১৪ খন ৱাৰ্ডত এক বাহনৰ যোগেৰে ৰাইজৰ পৰা এইসমূহ সামগ্ৰী সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে । পৰবৰ্তী পৰ্য্যায়ত গ্ৰাম্যাঞ্চলটো এই প্ৰচেষ্টা সম্প্ৰসাৰণ কৰা হ’ব। নগৰ অঞ্চলৰ পৰা সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত আশাকৰ্মী সকলে প্ৰত্যক্ষ সহযোগিতা আগবঢ়াব। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱী সকলেও এই ক্ষেত্ৰত সহায় কৰিব।

আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে- জুনুমণি সোনোৱাল, মুন গগৈ, বিদিত দাস, পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, পৌৰসভাৰ কাৰ্যবাহী বিষয়া ঋতুৰাজ বৰদলৈ, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক প্ৰাণজিত দত্ত, জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষৰ গাননিক মৃদুল বৰুৱা, বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ বিষয়-ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা
National-International

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

May 25, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

May 25, 2026
50
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

May 25, 2026
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

May 25, 2026
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx