ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Maharashtra Political Crisis I বিধায়কক বৰ্খাস্ত কৰাৰ অধিকাৰ অধ্যক্ষৰ আছে! উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পূৰ্বে মহাৰাষ্ট্ৰত বিতৰ্ক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 11, 2023
Reading Time: 1 min read
A A
0
Maharashtra Political Crisis I বিধায়কক বৰ্খাস্ত কৰাৰ অধিকাৰ অধ্যক্ষৰ আছে! উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পূৰ্বে মহাৰাষ্ট্ৰত বিতৰ্ক

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ (Maharastra) মুখ্যমন্ত্ৰী একনাথ শিণ্ডেকে (Eknath Shinde) ধৰি ১৬জন ‘বিদ্ৰোহী’ শিৱসেনাৰ বিধায়কক পক্ষপাতিত্ব বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষণা কৰিব পাৰি নেকি সেই সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) গুৰুত্বপূৰ্ণ ৰায়দান দিয়াৰ সম্ভাৱনা আছে। তাৰ আগতে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নৰবেকাৰে আচলতে উচ্চতম ন্যায়ালয়ৰ কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰে! তেওঁৰ মন্তব্য, “এজন বিধায়কৰ কাৰ্যভাৰত থকা বা বৰ্খাস্ত হোৱাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কেৱল অধ্যক্ষৰ ওপৰত নিৰ্ভৰশীল।”

Maharastra Political Crisis
Supreme Court verdict exposes role of former governor:

ইতিমধ্যে বিজেপি বিধায়ক নৰবেকাৰৰ এই মন্তব্য ‘অসাংবিধানিক’ নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ বিগত সময়ত বিধায়কক অযোগ্য ঘোষণা সন্দৰ্ভত কৰ্ণাটকৰ বিধানসভাৰ অধ্যক্ষ কে জি বোপাইয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ সেই আদেশ পালন কৰা হৈছিল। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই পদক্ষেপক “দলত্যাগ বিৰোধী” বুলি অভিহিত কৰাৰ পিছতে শিণ্ডে আৰু তেওঁৰ সতীৰ্থ বিধায়কসকলে কাৰ্যভাৰ হেৰুৱাব পাৰে। তেনে ক্ষেত্ৰত উদ্ধৱ নেতৃত্বাধীন ‘মহা বিকাশ আঘাদী’ মিত্ৰজোঁটৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা জিলিকি উঠিব।

বিগত বৰ্ষৰ জুন মাহত শিৱসেনাৰ বিধায়কসকলক ধাপে ধাপে পৰাস্ত কৰি শিণ্ডে মুখ্যমন্ত্ৰী হৈছিল। বিজেপিৰ সহযোগত উদ্ধৱ থাকৰেক (Uddhav Thackeray) উৎখাত কৰিছিল। শিৱসেনাৰ ১৪জন বিধায়কৰ ‘প্ৰথম পৰ্যায়ৰ বিদ্ৰোহী’ শিণ্ডে আৰু তেওঁৰ অনুগামীসকলৰ এই কাৰ্য ‘দলত্যাগ বিৰোধী কাৰ্যকলাপ’ আছিল নেকি সেই সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ৰায় ঘোষণা কৰিব। বুধবাৰে এই কথা কয় মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত ৫জনীয়া ন্যায়াধীশ বিভাগৰ বিচাৰপীঠে।

শিণ্ডে ফৈদৰ বিদ্ৰোহৰ সময়ত বিধানসভাৰ উপাধ্যক্ষ (উৰ্ধ্বতন ভাৰপ্ৰাপ্ত অধ্যক্ষ) নৰহৰি সীতাৰাম জিৰৱালে পলায়ন কৰা বিধায়কসকলক তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবলৈ কয়। কিন্তু শিণ্ডে শিবিৰে কয় যে তেওঁলোকে ইতিমধ্যে উপাধ্যক্ষক অপসাৰণৰ বাবে বিধানসভাত প্ৰস্তাৱ দাখিল কৰিছে। গতিকে ক্ষমা বিচৰাৰ কোনো অধিকাৰ তেওঁৰ নাই। এই সন্দৰ্ভত তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ৰায়দান ব্যৱহাৰ কৰিছিল।

২০১৬ চনত অৰুণাচল প্ৰদেশৰ ক্ষমতা হস্তান্তৰ সন্দৰ্ভত নবাম ৰেবিয়া বনাম উপাধ্যক্ষ গোচৰত উচ্চতম ন্যায়ালয়ৰ তেতিয়াৰ ন্যায়াধীশ জে এছ খেহাৰ আৰু ন্যায়াধীশ দিপক মিশ্ৰই ৰায় দিছিল, “অধ্যক্ষক অপসাৰণৰ বাবে প্ৰস্তাৱ দাখিল কৰিলে দলত্যাগী বিধায়কক পক্ষপাতিত্ব বিৰোধী আইনত সামৰি লোৱা হয় নেকি। তাকে লৈ তেওঁ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে।” উদ্ধৱ শিবিৰে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰি আদালতৰ বৃহত্তৰ সাংগঠনিক বিচাৰপীঠে ৰায়ৰ পুনৰীক্ষণ আৰু পুনৰ মূল্যায়ন বিচাৰিছিল। সেই গোচৰৰ ৰায়দান বৃহস্পতিবাৰে ঘোষণা কৰা হʼব।

Tags: Maharastra
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

by News Desk
July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx