ASSAM TIMES POST
ডিফু : কাৰ্বি আংলঙৰ ধনশিৰি সংৰক্ষিত বনাঞ্চলত এটা বন্য হস্তী গুলীবিদ্ধ হৈছে ৷ ধনশিৰী সংৰক্ষিত বনাঞ্চলত বন বিভাগে প্ৰত্যক্ষ কৰিছে বন্যহস্তীটো বনাঞ্চলখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী তুলাৰাম অাৰু মিচিবাইলামত এলেকাত অাশ্ৰয় লৈ অাছে বন্যহস্তীটো ৷ বন্যহস্তীটো নাগেলেণ্ডৰ ইটাংগীৰ বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ বন বিভাগৰ ৷ ইতিমধ্যে কাজিৰঙাৰ পৰা ডিফুলৈ অহিছে বন বিভাগৰ এটি চিকিৎসকৰ দল ৷













