ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu Gautam Terang I ডিফুৰ বিশিষ্ট ক্ৰীড়া সংগঠক, সমাজকৰ্মী গৌতম তেৰাঙৰ দেহাৱসান

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

Staff Reporter by Staff Reporter
June 7, 2023
Reading Time: 1 min read
A A
0
Diphu Gautam Terang I ডিফুৰ বিশিষ্ট ক্ৰীড়া সংগঠক, সমাজকৰ্মী গৌতম তেৰাঙৰ দেহাৱসান

RELATED POSTS

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

আজি সকলোকে শোক সাগৰত পেলাই থৈ ইহলীলা সম্বৰণ কৰে ডিফু (Diphu) চহৰৰ সকলোৰে প্ৰিয় সৰবৰহী ব্যক্তি গৌতম তেৰাঙে (Gautam Terang) ৷ আজি নিশা গৌতম তেৰাঙৰ দেহাৱসান ঘটে ৷ গৌতম তেৰাঙৰ আকষ্মিক মৃত্যুৰ খবৰ লাভ কৰি গুণমুগ্ধ আৰৱ শুভাকাংখী সকল শোকত ম্ৰিয়মান হৈ পৰে ৷
গৌতম তেৰাং
ডিফুৰ বিশিষ্ট ক্ৰীড়া সংগঠক, সমাজকৰ্মী গৌতম তেৰাঙৰ দেহাৱসান:

গৌতম তেৰাঙ বিভিন্ন সমাজ কৰ্মৰ লগত জড়িত থকাৰ লগতে ডিফু নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ, ক্ৰীড়া সংগঠক, কাৰবি আংলং জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু উপসভাপতিৰ পদ অলংকৃত কৰিছিল বুলি জানিব পৰা গৈছে ৷

352215356 485915197036424 1453569222648550296 n | ASSAM TIMES POSTতেওঁৰ মৃত্যুৰ খবৰ লাভ কৰি জিলাখনৰ ৰাজনৈতিক অৰাজনৈতিক দল-সংগঠনৰ নেতা-কৰ্মী সকলে প্ৰয়াত গৌতম তেৰৈঙৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গৌতম তেৰাঙ
Share5Tweet3Send

Related Posts

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
ADVERTISEMENT
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
50
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
50
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d