ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত স্বচ্ছ ভাৰত-প্লাষ্টিকমুক্ত অভিযান ভাৰতীয় সেনা বাহিনীৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 7, 2019
Reading Time: 1 min read
A A
0
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত স্বচ্ছ ভাৰত-প্লাষ্টিকমুক্ত অভিযান ভাৰতীয় সেনা বাহিনীৰ

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST
খেৰণি: ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিত স্বচ্ছ ভাৰত-প্লাষ্টিকমুক্ত অভিযান ৰূপায়ন। বন্দুক এৰি হাতে হাতে ঝাড়ু আদি লৈ খেৰণি দৈনিক বজাৰৰ বিভিন্ন স্থানত থকা জাৱৰ জোথৰ পৰিস্কাৰ কৰি সেনা বাহিনীৰ জোৱানে ৰূপায়ন কৰিলে এই চাফাই অভিযান।

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

WhatsApp Image 2019 12 07 at 5.15.25 PM 1 | ASSAM TIMES POST

অভিযানত অংশ ললে বৃহত্তৰ খেৰণি অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় পুৰুষ মহিলায়েও। আনকি এই অভিযানত কাৰ্বি পৰিষদৰ পৰিষদীয় আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি ৰিণা তেৰাংপিয়েই হাতত ঝাড়ু লৈ সেনা বাহিনীক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে সেনা বাহিনীৰ এনে পদক্ষেপৰ শলাগ লয় জনপ্ৰতিনিধিগৰাকীয়ে।

উল্লেখযোগ্য যে স্বচ্ছ ভাৰত অভিযান ৰূপায়ণৰ সমান্তৰালকৈ ভাৰতীয় সেনা বাহিনীৰ দলটোয়ে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলটোক এখন প্লাষ্টিকমুক্ত অঞ্চল হিচাপে গঢ় দিবলৈও অঞ্চলবাসীক আহ্বান জনায়।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই
National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
50
US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি
National-International

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026
50
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা
National-International

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx