ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদঃ নলবাৰীত প’ষ্টাৰিংঃ দিলীপ পাটগিৰিক ঘেৰাও

ASSAM TIMES POST by ASSAM TIMES POST
December 8, 2019
Reading Time: 1 min read
A A
0
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদঃ নলবাৰীত প’ষ্টাৰিংঃ দিলীপ পাটগিৰিক ঘেৰাও

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

নলবাৰী : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ আনহাতে নলবাৰী জিলাটো এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰ হৈ পৰিছে৷ জিলাখনত অসম গণ পৰিষদৰ তিনিগৰাকী মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণী ভূষণ চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰ হৈ পৰিছে৷

এই তিনিজন মন্ত্ৰীৰ বিৰুদ্ধে কোনো অচিনাক্ত সংগঠনে প’ষ্টাৰিং কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ নলবাৰী মহাবিদ্যালয়ৰ চৌহদৰ বেৰত এই তিনিজন মন্ত্ৰীৰ বিৰুদ্ধে প’ষ্টাৰ মাৰি অচিনাক্ত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ ইপিনে, কালি আছুৰ সদস্যই অসম গণ পৰিষদৰ উপদেষ্টা দিলীপ পাটগিৰিক ঘেৰাও কৰে৷

এখন সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে উপদেষ্টা পাটগিৰিক আছুৰ সদস্যই ঘেৰাও কৰে৷ আনহাতে অসম গণ পৰিষদৰ কৰ্মীসকলে দলটোৰ নেতাসকলক নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই
National-International

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

May 25, 2026
50
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই
National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

May 25, 2026
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx