ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসগৃহত পুথিভঁৰালৰ আধাৰশিলা স্থাপন ৷

ASSAM TIMES POST by ASSAM TIMES POST
December 8, 2019
Reading Time: 1 min read
A A
0
পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসগৃহত পুথিভঁৰালৰ আধাৰশিলা স্থাপন ৷

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

ডিফু : চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনেৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসগৃহ চৌহদত এটা পুথিভঁৰাল নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে কাৰবি আংলং স্বায়ত্ত শাসিত কৰ্তৃপক্ষই ৷

WhatsApp Image 2019 12 08 at 5.05.41 PM e1575809010397 | ASSAM TIMES POST

বিশিষ্ট সাহিত্যিক গৰাকীৰ ডিফুস্থিত বাস ভৱনত আজি পুৱা পুথিভঁড়ালটিৰ আধাৰশিলা স্থাপন কৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ আধাৰশিলা স্থাপন কৰি প্ৰদান কৰা ভাষণত মুখ্যকাৰ্যবাহী সদস্য গৰাকীয়ে অনাগত দিনত এই পুথি ভঁড়ালটোৱে সমাজৰ সকলো শ্ৰেণীৰ লোককে গ্ৰন্থ অধ্যয়ণৰ ক্ষেত্ৰত উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে ৷ উক্ত অনুষ্ঠানত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিছ’ ৰূপছিং টেৰণ, পৰিষদীয় সদস্য ৰিচাৰ্ড টকবী ৰামছিং তিমুঙ আদি উপস্থিত থাকে ৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই
National-International

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

May 25, 2026
50
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই
National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

May 25, 2026
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx