ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে কাৰ্বি ৰাজদৰ্বাৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 9, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ কাৰ্বি পাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে কাৰ্বি ৰাজদৰ্বাৰ । তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কাৰ্বি ৰাজদৰ্বাৰৰ ।জাতিধ্বংশী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চৌদিশে উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত শেহতীয়াকৈ ওলাই আহিছে “কাৰ্বি ছেৰহংথম আমেই ” অৰ্থাৎ কাৰ্বি ৰাজ দৰ্বাৰ ।

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

WhatsApp Image 2019 12 08 at 5.42.53 AM | ASSAM TIMES POST

এই সন্দৰ্ভত আজি কাৰ্বি ৰাজদৰ্বাৰৰ বিষয়ববীয়া সকলে বৈঠালাংছ’ত এক সংবাদ মেল আহ্বান কৰে । বৈঠালাংছ’ স্থিত ছাৰ হাবে হংফাৰলা ভৱনত আহ্বান কৰা উক্ত সংবাদমেলত উপদেষ্টা ধনীৰাম ইংলং, সভাপতি মনছিং মিলিক,সম্পাদক হনছিং টেৰন লগতে বহু কেইজন বিষয় ববীয়াও উপস্থিত থাকে ।সংবাদমেল সম্বোধন কৰি উপদেষ্টা ধনীৰাম ইংলেঙে জাতিধ্বংশী নাগৰিকত্ব সংশোধনী আইনখনৰ সম্পুৰ্ণ বিৰুদ্ধিতা কৰি কয় যে,”উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্য আৰু ষষ্ঠ অনুসুচিত স্বায়ত্ব শাসিত এলেকাত CAB প্ৰযোজ্য নহয় বুলি কেন্দ্ৰীয় চৰকাৰে সদৰি কৰিছে যদিও আমি সহজে পতিয়ন গৈ নিচুপ হৈ থাকিব নোৱাৰো ,কাৰন এইখন চৰকাৰে কয় এটা আৰু কৰে এটা ।এই আইনখন গৃহিত হ’লে সমগ্ৰ দেশৰ লগতে খিলঞ্জীয়া কাৰ্বি জাতিটোৰ মাটি,ভেটি,কৃষ্টি-সংস্কৃতি ৰ প্ৰতি ভাবুকি আহিব ।সেয়ে জাতিটো সুৰক্ষিত কৰ ৰখাৰ স্বাৰ্থত কাৰ্বি ৰাজ দৰ্বাৰে জাগ্ৰত প্ৰহৰীৰ দৰে থিয় হৈ থাকিব ।

অসমৰ আছু, NESO, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৩০টা জাতীয় সংগঠনে একত্ৰিত হৈ CABৰ বিৰুদ্ধে যি জোৰদাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে তাক সংবাদ মেলতে ৰাজদৰ্বাৰৰ সকলোয়ে একমোখে আদৰনী জনায় । লগতে প্ৰয়োজন হলে কাৰ্বি ৰাজদৰ্বাৰে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে । তাৰোপৰি কৰ্বিআংলং আৰু দিমাহাচাওত বসবাস কৰা সকলো খিলঞ্জীয়াক নিজৰ জাতি,মাটি,ভেটি সুৰক্ষিত কৰি ঐক্য শান্তি সম্প্ৰীতিৰে সহবাস কৰাৰ উদ্দেশ্যে সকলোকে জাগ্ৰত হৈ ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায় ।

Tags: FeaturedFeatured2karbi anglong
Share7Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx