ASSAM TIMES POST
ডিফুঃ পাহাৰত কেব বিৰোধী আন্দোলনত ক্ৰমাত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি । ডিফুত মেডিকেল কলেজ পৰিদৰ্শন কালত ড০ হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন৷
আজি মেডিকেল কলেজখনৰ কাম-কাজৰ পৰ্যবেক্ষণ কৰিবলৈ আহি প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী গৰাকী৷
কেবৰ বিৰোধিতাৰে ওলাই অহা আছু সদস্যসকলে তৎক্ষণাত আটক কৰি ডিফু থানালৈ লৈ যায় আৰক্ষীয়ে।
প্ৰতিবাদ কাৰী সকলে ‘কেব আমি, নামানো, হিমন্ত বিশ্বশৰ্মা গ’ বেক, বিজেপি মুৰ্দাবাদ আদি শ্ল’গান দিয়ে।












