ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival I কাৰবি যুৱ মহোৎসৱৰ বাবে জিলা প্ৰশাসনৰ যান-বাহন চলাচলত নিয়ন্ত্ৰণ ব্যৱস্থা

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
January 15, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

সোমবাৰে পুৱা ১১ বাজি ৩০ মিনটিত ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ (Karbi Youth Festival) পূৰ্বে যান-বাহন চলাচলক লৈ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে ডিফুত সংবাদে মেল যোগে ৰোড মেপ প্ৰকাশ কৰে৷

কাৰ্বি যুৱ মহোৎসৱৰ ১৭ জানুৱাৰীৰ কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে (President Draupadi Murmu)।

প্ৰায় ৬০ হাজাৰ লোক উপস্থিত থাকিব ৰাষ্ট্ৰপতিৰ কাৰ্যসূচীত। সেই সময়ত হ’বলগীয়া যানজঁট নিয়ন্ত্ৰণৰ (Traffic control) বাবে কাৰ্বি আংলং জিলা প্ৰশাসনে জাৰি কৰিছে পথ নিৰ্দেশনা।

Youth 1 1 | ASSAM TIMES POST

পশ্চিম কাৰ্বি আংলঙৰ পৰা লামডিং পথেৰে আহিব লগা বাছসমূহ ডিফু PWD তিনি আলি হৈ থানা ৰোড, Govt Collage, DAV School, ৰংমনজিৰ হৈ তাৰালাংছ’ৰ ৬ আৰু ৭ নং প্ৰৱেশ পথত যাত্ৰী নমাই গাড়ীসমূহ ডিছামাত পাৰ্কিং কৰিব লাগিব।

একেদৰে ধনশিৰি আৰু ডিফু চহৰৰ পৰা মহোৎসৱলৈ যাব লগা বাছসমূহ ৰংখেলান পৰ্যন্ত গৈ বাওঁ দিশেৰে প্ৰৱেশ কৰি ৫ আৰু ৬ নং প্ৰৱেশ পথত যাত্ৰী নমাই ডিছামাত পাৰ্কিং কৰিব লাগিব।

আনহাতে হাওৰাঘাট, লাংফেৰ, ফুলনি, লাংহিন, কৰকাণ্ঠি, বৰজান, বোকাজান, দুৱাৰ বাগৰি আদি অঞ্চলৰ পৰা ডিফু-মাঞ্জা পথেৰে আহিবলগীয়া বাছসমূহ বিৰলাৰ দিশৰ প্ৰৱেশ পথেৰে মহোৎসৱ থলীত প্ৰৱেশ কৰিব।

কাৰবি যুৱ মহোৎসৱৰ বাবে জিলা প্ৰশাসনৰ যান-বাহন চলাচলত নিয়ন্ত্ৰণ ব্যৱস্থা
কাৰবি যুৱ মহোৎসৱৰ বাবে জিলা প্ৰশাসনৰ যান-বাহন চলাচলত নিয়ন্ত্ৰণ ব্যৱস্থা:

VIP, চৰকাৰী বাহন, MLA, MAC সকলৰ বাহন মহোৎসৱথলীৰ মূল প্ৰৱেশ পথ পৰ্যন্ত গৈ সোঁদিশত থকা স্থানত পাৰ্কিং কৰিব লাগিব।

ৰাষ্ট্ৰপতিৰ উপস্থিতিৰ সময়ত মহোৎসৱথলীৰ 3A, 4 আৰু 4 A প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ থাকিব।

1, 2, 3, 5 আৰু 6 নং প্ৰৱেশ পথেৰে সাধাৰণ লোকে মহোৎসৱথলীত প্ৰৱেশ কৰিব পাৰিব। হেলিপেড, বজাৰ এলেকা, বন বিভাগৰ পৰিদৰ্শন বাংলো, জনগোষ্ঠীয় গাঁও আৰু ৰং আৰাক আটুৰ এলেকাত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ থাকিব।

Tags: KarbiYouthFestivalকাৰবিযুৱমহোৎসৱ
Share4Tweet3Send

Related Posts

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx