ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lok sabha election 2024 2nd phase I ১৩ ৰাজ্যৰ ৮৮ সমষ্টিত শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 25, 2024
Reading Time: 1 min read
A A
0
Lok Sabha election 2024 : প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ (Loksabha Election) দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ বুধবাৰে সন্ধিয়া ৭ বজাত সমাপ্ত হয়। আনহাতে, ২৬ এপ্ৰিল, শুকুৰবাৰে দেশৰ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত এই পৰ্যায়ৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত অসমৰ পাঁচটা সমষ্টি নগাঁও, দৰং-ওদালগুৰি, ডিফু, শিলচৰ আৰু কৰিমগঞ্জত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Lok sabha election 2024 2nd phase I
১৩ ৰাজ্যৰ ৮৮ সমষ্টিত শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ:

দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগা আন ৰাজ্যসমূহৰ ভিতৰত আছে পশ্চিমবংগৰ তিনিটা সমষ্টি। আনহাতে, কেৰালাৰ ২০টা লোকসভা সমষ্টিৰ আটাইকেইটাতে ভোটদান অনুষ্ঠিত হ’ব। ইয়াৰ বাহিৰে কৰ্ণাটকত ১৪টা লোকসভা সমষ্টি, ৰাজস্থানত ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, বিহাৰৰ ৫টা লোকসভা সমষ্টি এই তালিকাত আছে। লগতে ত্ৰিপুৰা আৰু কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰো এখনকৈ লোকসভা আসনত নিৰ্বাচন আছে।

উল্লেখযোগ্য যে হিংসাজর্জৰ মণিপুৰৰ লোকসভা আসন আউটাৰ মণিপুৰক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে। ১৯ এপ্ৰিলত উক্ত লোকসভা সমষ্টিৰ এটা অংশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। বাকী অংশত শুকুৰবাৰে ভোট গ্ৰহণ হ’ব। দ্বিতীয় পৰ্যায়ত মধ্যপ্ৰদেশৰ আঠটা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিএছপিৰ এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে বেতুল সমষ্টিত তৃতীয় পৰ্যায়ত (৭ মে’) ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই ৮৮খন লোকসভা আসনৰ ভিতৰত ৫২খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল। মাত্ৰ ১৮ টাখনত কংগ্ৰেছ আছিল। ইয়াৰ উপৰি জেডিইউ আৰু অবিভক্ত শিৱসেনাই চাৰিটাকৈ, আই ইউ এম এলৰ দুটাকৈ, বিএছপি, চিপিএম, আৰএছপি, কেৰেলা কংগ্ৰেছ, জেডিএছৰ প্ৰাৰ্থীয়ে এটাকৈ সমষ্টি লাভ কৰে। আয়োগৰ তথ্য অনুসৰি, এই পৰ্যায়ত মুঠ ১২০৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা হ’ব। ইয়াৰ ভিতৰত অন্যতম হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, শশী থাৰুৰ, লোকসভাৰ অধ্যক্ষ তথা বিজেপিৰ প্ৰাৰ্থী ওম বিৰলা।

Tags: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ১৩ ৰাজ্যৰ ৮৮ সমষ্টিত শুকুৰবাৰে
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

by News Desk
July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx