ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin recovered in Lahorijan : লাহৰিজানত হেৰ’ইনসহ আটক ডিফুৰ যুৱক

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
May 15, 2024
Reading Time: 1 min read
A A
0
Heroin recovered in Lahorijan : লাহৰিজানত হেৰ’ইনসহ আটক ডিফুৰ যুৱক

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

New Logo Smal | ASSAM TIMES POST

বুধবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটতত লাহৰিজানত সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (Heroin recovered in Lahorijan)। লগতে এজন যুৱক আটক (A youth arrested) কৰা হৈছে৷ অসম নাগালেণ্ড সীমান্তৰ কাৰবি আংলং জিলাৰ লাহৰিজানত সন্দেহযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই পুনৰ লাভ কৰিছে আন এক সফলতা৷ লাহৰিজানত খটখটী আৰক্ষীৰ নাকা তালাচীত ডিফুৰ পানবাৰী নিৱাসী ছফিকুল ইছলামৰ পুত্ৰ মণিৰুল ইছলামৰ (Manirul Islam) পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১০.৩১ গ্ৰাম সন্দেহজনক হেৰ’ইন উদ্ধাৰ (10.31 grams of heroin recovered) কৰিবলৈ সক্ষম হয় ৷ তালাচী কালত ধৃত মণিৰুল ইছলাম ডিমাপুৰৰ পৰা লাহৰিজান দিশে খোজকাঢ়ি আহি আছিল৷

lahorijanP0 | ASSAM TIMES POST

উল্লেখযোগ্য যে, যোৱা কিছুদিন পূৰ্বে ডিফুৰ ছৰছৰিত আব্দুল খালেকক ড্ৰাগছ মজুত ৰখাৰ বাবে আৰক্ষীয়ে আটক কৰি জেললৈ পঠিয়াইছিল ৷ আনহাতে ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিয়েও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি খালেক আৰু তেওঁৰ পৰিয়ালক সামাজিক ভাবে বৰ্জন কৰিছিল৷ আজি খটখটী আৰক্ষীৰ হাতত ড্ৰাগছ সহ ডিফু পানবাৰীৰ মণিৰুল ইছলাম আটক হোৱাৰ পিছত ডিফু মুছলিম সমাজে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হৈ পৰিছে ৷ জানিব পৰা মতে খটখটী থানাৰ এছ আই দ্বয় দীপক লাহন আৰু স্বমধন স্বৰ্গীয়াৰীৰ নেতৃত্বত এএছ আই বিমান চেতিয়া আৰু থানা ষ্টাফৰ চলিছিল নাকা তালাচী৷ এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HeroinRecoveredinLahorijanলাহৰিজানতহেৰ'ইনউদ্ধাৰ
Share11Tweet7Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
60
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
61
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
64
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ
Guwahati

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

September 18, 2026
50
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক
Assam

52
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

September 17, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

September 18, 2026
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d