ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET paper leak case : নিটৰ প্ৰশ্নকাকত ফাদিলৰ অন্যতম মুখ্য ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 22, 2024
Reading Time: 1 min read
A A
0
NEET paper leak case : নিটৰ প্ৰশ্নকাকত ফাদিলৰ অন্যতম মুখ্য ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিট প্ৰশ্নকাকত ফাদিল (NEET Paper leak) সন্দৰ্ভত শনিবাৰে আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (এছটিএফ) গ্ৰেটাৰ নয়ডাৰ পৰা ৰবি অত্ৰী নামৰ এজন লোকক গ্ৰেপ্তাৰ (One Ravi Atri arrested in Greater Noida) কৰিছে। আৰক্ষী সূত্ৰ মতে, ৰবি নিট কেলেংকাৰীৰ অন্যতম মাষ্টাৰমাইণ্ড (One of the masterminds of NEET scam)। কেৱল সেয়াই নহয়, এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ আঁৰত ‘ছলভাৰ গেং’ জড়িত আছে। ৰবি হৈছে দলটোৰ অন্যতম মুৰব্বী।

উল্লেখযোগ্য যে পাটনা আৰক্ষীয়ে শুকুৰবাৰে ঝাৰখণ্ডৰ দেওঘৰৰ পৰা চিকন্দৰ যাদৱ নামৰ এজন সন্দেহজনক ব্যক্তিসহ পাঁচজন লোকক কেলেংকাৰীটোত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে গোচৰটোত আৰু ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কেলেংকাৰীটোত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা এতিয়ালৈকে ১৯ জনলৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে জনোৱা অনুসৰি, নিট কেলেংকাৰীত অতুল বচ্চ, চিকন্দৰ যাদৱ, সঞ্জীৱ মুখিয়া আৰু ৰবি অত্ৰিৰ নামো আছিল। অনুসন্ধানৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছিল যে ৰবিয়ে প্ৰশ্নকাকত ফাদিল কৰিবলৈ তেওঁৰ দলটো ব্যৱহাৰ কৰিছিল।

Neet up1 | ASSAM TIMES POST

অনুসন্ধানকাৰীসকলে দাবী কৰিছে যে অতুল বচ্চ আৰু সঞ্জীৱ মুখিয়াই বিহাৰৰ পাটনা আৰু নালন্দাত প্ৰশ্নকাকত ফাদিল কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে সঞ্জীৱক গ্ৰেপ্তাৰ কৰিছে। কিন্তু অতুলৰ কোনো সন্ধান পোৱা হোৱা নাই। ৰবিৰো সন্ধানত আছিল আৰক্ষী। অৱশেষত শনিবাৰে গ্ৰেটাৰ নয়ডাৰ নিমকা গাঁৱৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ৰবিয়ে সৃষ্টি কৰা নেটৱৰ্কটোৰ নাম ‘ছলভাৰ গেং’। ৰবিৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগ আছে। অৱশ্যে এইটোৱে প্ৰথমবাৰৰ বাবে নহয়, ৰবিৰ প্ৰশ্নকাকত ফাদিলৰ সাম্ৰাজ্য বাৰ বছৰ আগতে আৰম্ভ হৈছিল। চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ বাবে ২০১২ চনত দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰো কৰিছিল।

কিন্তু কোন এই ৰবি? আৰক্ষীয়ে জনোৱা অনুসৰি, ৰবিয়ে নিজেই নিট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। ২০০৭ চনত তেওঁৰ পৰিয়ালে তেওঁক চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ ৰাজস্থানৰ কোটালৈ পঠিয়াইছিল। এই সময়তে তেওঁ ‘ছলভাৰ গেং’ৰ সংস্পৰ্শলৈ আহিছিল। তেওঁ ২০১২ চনত নিটত উত্তীৰ্ণ হৈছিল। তাৰ পিছত তেওঁ হাৰিয়ানাৰ ৰোহতকত পিজিআইত যোগদান কৰে। কিন্তু তেওঁ মাজতে পঢ়া বন্ধ কৰিলে। আৰু সেই সময়ত তেওঁৰ ওপৰত প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগ উত্থাপিত হয়। তেওঁক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ মতে, ৰবি সেই সময়ত ‘পৰীক্ষা মাফিয়া’ৰ সংস্পৰ্শলৈ আহিছিল। আনৰ বাবে পৰীক্ষাৰ বাবে বহে। তাৰ পিছত তেওঁ প্ৰশ্নকাকত ফাদিলৰ চক্ৰত জড়িত হৈ পৰে। তেতিয়াৰ পৰা ৰবিয়ে তেওঁৰ সাম্ৰাজ্যৰ জাল সম্প্ৰসাৰিত কৰে আৰু এইবাৰ পুনৰ আৰক্ষীৰ জালত পৰিল।

Tags: NEETpaperleakcaseনিটপ্ৰশ্নকাকতফাদিলগ্ৰেপ্তাৰ
Share4Tweet3Send

Related Posts

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

by News Desk
August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

by News Desk
August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

ADVERTISEMENT
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT