ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET UG paper leak case : নিটৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত ঝাৰখণ্ডৰ পৰা আটক আৰু ৫

নিউজ ডেস্কঃ

News Desk by News Desk
June 22, 2024
Reading Time: 1 min read
A A
0
NEET UG paper leak case : নিটৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত ঝাৰখণ্ডৰ পৰা আটক আৰু ৫

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিটৰ প্ৰশ্নকাকত ফাদিল গোচৰ (Neet Paper Leak Case)ত ইতিমধ্যে আৰক্ষীয়ে ১৩ জন লোকক গ্ৰেপ্তাৰ (13 people arrested) কৰিছে। এইবাৰ ঝাৰখণ্ডৰ পৰা গ্ৰেপ্তাৰ (Arrested from Jharkhand) কৰা হৈছে এই গোচৰৰ মূল সন্দেহযুক্ত চিকন্দৰ যাদবেন্দ্ৰকে ধৰি পাঁচজন লোকক। বিহাৰ আৰক্ষীয়ে শুকুৰবাৰে দেওঘৰৰ পৰা আটক কৰে চিকন্দৰসহ চাৰিজন লোকক। ইয়াৰ ফলত নিট কেলেংকাৰিত গ্ৰেপ্তাৰৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পায়। দেওঘৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত পাঁচজনক সোধা-পোছাৰ বাবে পাটনালৈ লৈ যোৱা হৈছে।

তদন্তকাৰীৰ মতে নিটৰ প্ৰশ্নকাকত প্ৰথমে হাজাৰিবাগৰ এটা কেন্দ্ৰৰ পৰা ফাদিল হৈছিল। ইয়াৰ পিছত প্ৰশ্নকাকতখন আন ঠাইত বিয়পি পৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই কেলেংকাৰিৰ মূল সন্দেহজনক চিকন্দৰ। এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি, সোধা-পোছাৰ সময়ত চিকন্দৰে স্বীকাৰ কৰে যে তেওঁ অমিত আনন্দ আৰু নীতিশ কুমাৰ নামৰ দুজন ব্যক্তিৰ পৰা নিট প্ৰশ্নকাকত ৩০ লাখ টকাত ক্ৰয় কৰিছিল। ইয়াৰ পিছতে তেওঁ প্ৰশ্নকাকতখন সমষ্টিপুৰৰ অনুৰাগ যাদৱ, দানাপুৰৰ আয়ুষ কুমাৰ, গয়াৰ শিৱানন্দ কুমাৰ আৰু ৰাণ্টীৰ অভিষেক কুমাৰক ৪০ লাখ টকাত বিক্ৰী কৰে।

Neet 2 | ASSAM TIMES POST

তদন্তকাৰীয়ে এই কথাও জানিব পাৰিছে যে এই পৰীক্ষাৰ্থীসকলে ৪ মে’ৰ নিট পৰীক্ষাৰ পূৰ্বে পাটনাৰ ৰামকৃষ্ণনগৰত প্ৰশিক্ষণ লৈছিল। আৰক্ষীৰ মতে, চিকন্দৰৰ বাহিৰেও গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে নিট পৰীক্ষাৰ্থী অনুৰাগ যাদৱ, নীতিশ কুমাৰ আৰু অমিত আনন্দ। আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থীসকলে পৰীক্ষাৰ আগদিনা প্ৰশ্নকাকত পোৱা বুলি স্বীকাৰ কৰে আৰু সেই প্ৰশ্নৰ উত্তৰো মুখস্থ কৰিছিল।

ইফালে প্ৰশ্নকাকত ফাদিল গোচৰত নাম ওলোৱা ছিকন্দৰক বিহাৰ আৰক্ষীয়ে তেওঁক বিচাৰি আছিল। শুকুৰবাৰে পাটনা আৰক্ষীয়ে গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰে যে চাৰিওজন সন্দেহযুক্ত লোকে দেওঘৰৰ এটা ঘৰত আশ্ৰয় লৈছে। সেই খবৰ পাই পাটনা আৰক্ষীয়ে ঝাৰখণ্ডলৈ যায়। প্ৰশ্নকাকতৰ বাবে ৩০ জন নিট প্ৰাৰ্থীৰ প্ৰতিজনৰ পৰা ৩০-৫০ লাখ টকা লোৱা ঠাইৰ ঠিকনা লাভ কৰে। ইয়াৰ পিছতে চিকন্দৰকে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

Tags: NEETpaperleakcaseনিটৰপ্ৰশ্নকাকতফাদিলকাণ্ড
Share4Tweet3Send

Related Posts

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

by News Desk
August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

by News Desk
August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

ADVERTISEMENT
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT