![]()
ডিলাই আৰক্ষীৰ নাকা তালাচিত জব্দ বৃহৎ পৰিমানৰ বিদেশী চিগাৰেট ।এখন UP 38 T 2354 নম্বৰৰ ট্ৰাকৰ গোপন কক্ষত লুকুৱাই সৰবৰাহৰ চেষ্টা সৰবৰাহকাৰীৰ ।মণিপুৰৰ পৰা গুৱাহাটী নিয়াৰ পথত ডিলাইত আৰক্ষীয়ে ২৮ কাৰ্টুন বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দ কৃত চিগাৰেট খিনিৰ বজাৰ মুল্য অনুমাণিক প্ৰায় ১০ লাখ ।চিগাৰেট সহ গ্ৰেপ্তাৰ দুটা সৰবৰাহকাৰী ক্ৰমে ,মহম্মদ জাবেদ আৰু আনটো হল স্বয়েব দুয়োটাৰ ঘৰ উত্তৰ প্ৰদেশত।













