ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

International Day Of The World’s Indigenous Peoples I আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ সৈতে সংগতি ৰাখি ডিফুত মাটি-মানুহ-সমন্বয় শীৰ্ষক অনুষ্ঠান উদযাপন

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
August 9, 2024
Reading Time: 1 min read
A A
0
International Day Of The World’s Indigenous Peoples I আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ সৈতে সংগতি ৰাখি ডিফুত মাটি-মানুহ-সমন্বয় শীৰ্ষক অনুষ্ঠান উদযাপন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

৯ আগষ্ট তাৰিখে সমগ্ৰ বিশ্বত উদযাপিত হোৱা “আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস” ৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ অগ্ৰণী অনুষ্ঠান অসম লেখিকা সমাজে গ্ৰহণ কৰিছে এক পদক্ষেপ। শুকুৰবাৰে ডিফু ক্লাবত দিনজোৰা কাৰ্যসূচীৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ‘মাটি-মানুহ-সমন্বয়‘ দিৱস উদযাপন কৰে।

আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ সৈতে সংগতি ৰাখি ডিফুত মাটি-মানুহ-সমন্বয় শীৰ্ষক অনুষ্ঠান উদযাপন
আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ সৈতে সংগতি ৰাখি ডিফুত মাটি-মানুহ-সমন্বয় শীৰ্ষক অনুষ্ঠান উদযাপন

এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ভাগত পঞ্জীয়ন আৰু  বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী সমাপন কৰা হয়। তাৰ সমান্তৰালকৈ, গছপুলি ৰোপণ, থলুৱা শিল্প প্ৰদৰ্শনী তথা কবিতা পাঠৰ কাৰ্যসূচীও এই অনুষ্ঠানত ৰূপায়ণ কৰা হয়। দুপৰীয়াৰ ভাগত মুকলি সভাও অনুষ্ঠিত হয়।

অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়ে আঁত ধৰা মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, বিজয়া পায়েং, ড০ জ্যোতি প্ৰসাদ শইকীয়া, বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, লগতে জিলা উপায়ুক্ত নিৰলা ফাংচপীও উপস্থিত থাকে।

আজিৰ এই অনুষ্ঠানৰ মুকলি সভাত অভ্যাগতসকলৰ উপস্থিতিত অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা মুক্তিযুঁজাৰু দেউৰাম দত্ত সোঁৱৰণি ‘মহীয়ান বঁটা‘ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙক আৰু লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি ‘মাটি-মানুহ-সমন্বয় বঁটা‘ বিশিষ্ট লেখক, শিক্ষাবিদ বিজয়া পায়েঙক প্ৰদান কৰা হয়। ইয়াৰোপৰি, সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ৯গৰাকী ব্যক্তিক সন্মান জনোৱা হ‘ব বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৰণিকা ‘প্ৰয়াস‘ আৰু জয়শ্ৰী শইকীয়াৰ নৱতম গ্ৰন্থ ‘নক্ষত্ৰ‘ উন্মোচন কৰা হয়।

Tags: অনবদ্য বৰঙণিঅনুষ্ঠানঅসমঅসম লেখিকা সমাজআন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসকবিতা পাঠগছপুলি ৰোপণজয়শ্ৰী শইকীয়াডিফুডিফু ক্লাবড০ জ্যোতি প্ৰসাদ শইকীয়াথলুৱা শিল্প প্ৰদৰ্শনীনিৰলা ফাংচপীনৱতম গ্ৰন্থ নক্ষত্ৰপদুমী গগৈপদ্মশ্ৰী ৰংবং তেৰাংপবিত্ৰ বৰাবিজয়া পায়েংমহীয়ান বঁটামাটি-মানুহ-সমন্বয় বঁটামুকলি সভামুক্তিযুঁজাৰু দেউৰাম দত্তলোকবন্ধু লম্বোধৰ কামানশিক্ষাবিদসন্মানসাংবাদিকসাহিত্য সভাসাহিত্যিকসোঁৱৰণি.স্মৰণিকা প্ৰয়াসৰংবং তেৰাং
Share4Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx