ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শংকৰদেৱে ৰচনা কৰা নাট ভাৰতৰ অন্য কতো পাবলৈ নাই-তিলক চন্দ্ৰ মজুমদাৰ

ASSAM TIMES POST by ASSAM TIMES POST
January 18, 2020
Reading Time: 1 min read
A A
0
Two died and 3 injured in a clash at Paltan Bazar, Dibrugarh

বিশিষ্ট নাট্যকাৰ অভিনেতা নেত্ৰকমল বৰঠাকুৰক ৰূপান্তৰ শিল্পী সন্মান
logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

নগাঁওঃ ‘অসমৰ সংস্কৃতি জাকত জিলিকা । মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা অংকীয়া নাটৰ পিচৰ পৰা অসমীয়া নাটকে যি প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিলে সেইয়া বিশ্বতে বিৰল । শংকৰদেৱে যি নাটক ৰচনা কৰিলে সেই নাট ভাৰতৰ অন্য কতো পাবলৈ নাই।’ এই মন্তব্য বিশিষ্ট শংকৰী সাহিত্যৰ গৱেষক-পণ্ডিত সাহিত্যক তিলক চন্দ্ৰ মজুমদাৰৰ । আজি নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘ৰূপান্তৰ’ৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত ৰূপান্তৰ সন্মান আৰু বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট গৱেষক মজুমদাৰে আৰু কয় যে ” সাম্প্ৰতিক সময়ত ‘কা’ বিৰোধী আন্দোলন গঢ়ি উঠিছে। সেই আন্দোলনৰ প্ৰয়োজন আছে।

কিন্তু পূৰ্বৰ বিদেশী বিতাৰণ আন্দোলনৰ দৰে আন্দোলনৰ গইনালৈ অসমত নতুন ৰাজনৈতিক দলৰ প্ৰয়োজন নাই ।উল্লেখ্য প্ৰতিবছৰে সমাজ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত নিৰলস ভাবে কাম কৰি অহা একোগৰাকী ব্যক্তিক প্ৰদান কৰি অহা ৰূপান্তৰ সন্মান ২০১৯ বৰ্ষৰ বাবে এসময়ৰ “শ্ৰী গুৰু” নামেৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰয়োজনা কৰা বিশিষ্ট নাট্যকাৰ-পৰিচালক অভিনেতা নেত্ৰকমল বৰঠাকুৰক প্ৰদান কৰা হয় ৰূপান্তৰ শিল্পী সন্মান । সমাজ সাহিত্য আৰু সংস্কৃতিৰ শিতানত আগবঢ়োৱা এই সন্মান আৰু বঁটা অন্য শিতানত ক্ৰমে বিশিষ্ট সংগীত পৰিচালক নাট্যকাৰ মুনীন গোস্বামীক ৰূপান্তৰ সংগীত সন্মান, সমাজ সেৱক ধ্ৰুৱজ্যোতি বৰুৱালৈ সমাজ হিতৈষী সন্মান, কুকিল চক্ৰৱৰ্তী সোঁৱৰণী অনুপ্ৰেৰণা বঁটা নৃত্য পৰিচালক গৌৰৱ হাজৰিকালৈ ,বিশিষ্ট লেখিকা পূৰবী চক্ৰৱৰ্তী সুত লৈ সাহিত্য সন্মান আৰু নিৰলা শইকীয়া দাসলৈ কাব্যৰত্ন সন্মান আগবঢ়োৱা হয়।

বঁটা প্ৰদান উপলক্ষে নগাঁও প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আয়োজিত এই সন্মান প্ৰদান অনুষ্ঠানৰ সঞ্চালনা কৰি বিশিষ্ট নাট্যকাৰ চিকিৎসক ডাঃ দিলীপ বৰুৱাই কয় যে-ৰূপান্তৰে সময়ে সময়ে সমাজ আৰু জাতিৰ বাবে যি কৰ্ম কৰিছে বিশেষকৈ নেত্ৰকমল বৰঠাকুৰৰ দৰে চহা শিল্পী সকলক যি সন্মান প্ৰদান কৰি আহিছে তাতকৈ আৰু আন একো কাম নকৰিলেও ৰূপান্তৰ যুগ যুগান্তৰলৈ চিৰযুগমীয়া হৈ থাকিব। এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক -সাহিত্যক গুনীন গায়ন।

ৰূপান্তৰ সভাপতি শেৱালি চক্ৰৱৰ্তীয়ে সভাপতিৰ ভাষনত সমাজ সংস্কৃতিৰ লগতে নতুন প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ বাবে অনাগত দিনত কাম কৰাৰ লগতে সমাজৰ প্ৰচাৰ বিমুখ শিল্পী সাহিত্যিক সকলক সন্মান প্ৰদান কৰি ৰূপান্তৰে অনাগত দিনত কাম কৰি যাব বুলি অবগত কৰে। ৰূপান্তৰৰ প্ৰধান সম্পাদক গৌৰাংগ বৰাই সভাৰ উদেশ্য বাখ্যা আৰু প্ৰধান সম্পাদকৰ ভাষন প্ৰদান কৰি কয় যে জাতিৰ স্বাৰ্থত অসমীয়া সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াসত গঢ়ি উঠা ৰূপান্তৰে আধুনিকতাৰ মেৰপেচত পৰি হেৰাই যাব খোজা অসমীয়া সংস্কৃতি আৰু নাটকক ধৰি ৰখাৰ চেষ্টা কৰি আহিছে।

ইপিনে সন্মান প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি বিয়লি ২ বজাৰ পৰা একে স্থানতে অনুষ্ঠিত হোৱা “নাট্যকাৰ, পৰিচালক, অভিনেতা, সংগীত আৰু নাটক “শীৰ্ষক আলোচনাচক্ৰ আৰু মতবিনিময় অনুষ্ঠানত নাট্যকাৰ পৰিচালক সপোনটি বৰদলৈ, পৰিচালক অভিনেতা কমলেশ শইকীয়া, পৰিচালক নাট্যকাৰ মুনীন গোস্বামী , নগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক চন্দনজ্যোতি বৰা, সাংবাদিক ভাস্কৰ শইকীয়া, নাট্যকৰ্মী প্ৰসেনজিৎ দাসৰ উপৰিও নগাঁৱৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx