ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত আছুৰ গাঁও সভাঃ যুৱ ছাত্ৰ পৰিষদৰ জন জাগৰণ যাত্ৰা

ASSAM TIMES POST by ASSAM TIMES POST
January 19, 2020
Reading Time: 1 min read
A A
0
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

নগাঁওঃ নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মৰিকলং ধেপাজানত আজি আন্তঃপাঠৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী গাঁওসভা অনুষ্ঠিত হয়।মৰিকলং ধেপাজানৰ অসমী পুঁথিভড়াল প্ৰাংগনত অনুষ্ঠিত সভাখনত অংশগ্ৰহন কৰি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে নাগৰিকত্ব (সংশোধনী) আইনৰ ভয়াবহতাৰ সম্পৰ্কত বাখ্যা দাঙি ধৰি চৰকাৰৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে সকলোকে একত্ৰিত হৈ মাৰ বান্ধি থিয় হবলৈ আহ্বান জনায় ।সভাত অংশগ্ৰহন কৰি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে কয় যে আমি ২০২১ চনত বিজেপিক উৎখাৎ কৰিব লাগিব।বিজেপি দলে যি সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি আমি উফৰাই পেলাব লাগিব।আমাৰ প্ৰথম পৰিচয় অসমীয়া।

নগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক চন্দনজ্যোতি বৰাই কয় যে অসমৰ ইতিহাসত হিন্দু-মুছলমানৰ সমন্বয় সোণালী আখৰৰে লিপিবদ্ধ হৈ আছে।বিজেপিৰ সাম্প্ৰদায়িকতাবাদী কূট কৌশলে ইয়াক বিনষ্ট কৰিব নোৱাৰে।আমি এক হৈ আছিলো,এক হৈ থাকিম। এক হৈয়ে আমি অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰিব বিচৰা সকলো অপশক্তিৰ বিৰুদ্ধে যুঁজ দিম।সভাত যুৱ উদ্যোগী প্ৰাণজিৎ বৰাই ভাতৃত্ববোধ আৰু সমন্বয় ৰক্ষা কৰি চলিবলৈ সকলোকে আহ্বান জনায়।

স্থানীয় মছজিদ সমিতিৰ সাধাৰণ সম্পাদক মুকিদুৰ ৰহমানে আঁত ধৰা সভাখনত ইফটিকাৰ ৰহমান নামৰ যুৱকজনে কবিতা আবৃতি কৰে।ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে পুৰণিগুদামৰ কেঞাপট্টি, বৰপানীগাঁও, খাটোৱাল,চামগুৰি বজাৰ, গড়মূৰ, মহপৰা, চলচলি,হালোৱাগাঁও আদি অঞ্চলত পথ সভা অনুষ্ঠিত কৰে।সংগঠনটোৱে সেই অঞ্চলকেইটাত নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে জনজাগৰণ যাত্ৰাও কৰে।পথ সভাত যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজা,সভাপতি দীপমনি বৰা,সম্পাদক প্ৰাগজ্যোতিষ বনিয়া,সাংগঠিক সম্পাদক প্ৰবাল শৰ্মা,নগাঁও উকীল সন্থাৰ সভাপতি এ এইচ খণ্ডকাৰ উপস্থিত থাকে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

July 15, 2026
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

July 15, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx