ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

পিজিআৰ -ভিজিআৰৰ উচ্ছেদ, অবৈধ বসতি উচ্ছেদৰ দাবীত ডিফুত ধৰ্ণা বিভিন্ন দল-সংগঠনৰ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
February 6, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

New Logo Smal | ASSAM TIMES POST

কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বাবে বসবাস কৰি থকা সকলক উচ্ছেদ কৰা আৰু সংৰক্ষিত অঞ্চলত বসবাস কৰা অখিলঞ্জীয়া লোকক উচ্ছেদৰ দাবীত আজি  অৱস্থান ধৰ্ণা প্ৰদৰ্শন কৰে এএছডিচি, এপিএইছএলচি জেমছ গোটকে ধৰি বিভিন্ন দল-সংগঠনে ৷ ডিফুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ কাষত প্ৰদৰ্শন কৰা এই কাৰ্যসুচীৰ জৰিয়তে দুয়োখন জিলাত অবৈধ ৰূপে বসবাস কৰি থকা অখিলঞ্জীয়ী লোকক উচ্ছেদ কৰাৰ লগতে  বহিষ্কাৰৰ দাবী জনায় ৷

পিজিআৰ -ভিজিআৰৰ উচ্ছেদ, অবৈধ বসতি উচ্ছেদৰ দাবীত ডিফুত ধৰ্ণা বিভিন্ন দল-সংগঠনৰ
পিজিআৰ -ভিজিআৰৰ উচ্ছেদ, অবৈধ বসতি উচ্ছেদৰ দাবীত ডিফুত ধৰ্ণা বিভিন্ন দল-সংগঠনৰ

পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহ সদস্য জৎছন বে’য়ে সংবাদ মাধ্যমৰ আগত কয়যে,  দুয়োখন জিলা ষষ্ঠ অনুসূচী ভূক্ত জিলা আৰু জনজাতীয় লোকৰ বাবে সংৰক্ষিত এলেকা ৷ সেয়ে ইয়াত বসতি কৰিবলৈ হলে পৰিষদৰ অনুমতিৰ প্ৰয়োজন ৷ কিন্তু অনুমতি অবিহনে বিহাৰ, বাংলাদেশৰ পৰা আহি আমাৰ সংৰক্ষিত ভূমি বেদখল কৰিছে ৷ সংৰক্ষিত ভূমি সমূহ কাৰবি তথা জন গোষ্ঠীয় লোকে বেদখল কৰা নাই,  বহিৰাগত লোকেহে দখল কৰিছে ৷ সেয়ে আমি উচ্ছেদৰ দাবী জনাইছো ৷

পৰিষদে নিজৰ হাতত থকা ক্ষমতা অনুযায়ী উচ্ছেদ কৰিব লাগে ৷ খিলঞ্জীয়া জনজাতীয় লোকৰ বিৰুদ্ধে চৰকাৰে অভিযান চলায় কিন্তু বাহিৰৰ পৰা অহা লোকৰ বিৰুদ্ধে অভিযান নচলায়, এয়া কেনে নীতি বুলিও বেয়ে প্ৰশ্ন উত্থৈপন কৰে ৷ আনহাতে এপিএইছএলচি দলৰ নেতা জেমচ হাঞ্চেয়ে পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদ, স্বায়ত্তশাসিত ৰাজ্যৰ দাবী আদি বিষয়ত আমি আটাইকেইটা দলে একেলগে কাম কৰাৰ এজেণ্ডা লোৱা বুলি প্ৰকাশ কৰি এই দাবী সমূহ কাৰ্যকৰী কৰণৰ বাবে মুখ্য কাৰ্যবাহী সদস্যক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অখিলঞ্জীয়া লোকঅবৈধ বসবাসঅৱস্থান ধৰ্ণাউচ্ছেদ দাবীএএছডিচিএকেলগে কামএপিএইছএলচিকাৰবি আংলংকাৰ্যকৰী দাবী.খিলঞ্জীয়া জনজাতীয় লোকচৰকাৰী অভিযানজনজাতীয় লোকজেমছ গোটডিফুৰ স্বায়ত্তশাসিত পৰিষদনীতি প্ৰশ্নপশ্চিম কাৰবি আংলংপিজিআৰ ভূমিপৰিষদৰ অনুমতিবহিষ্কাৰ দাবীবাংলাদেশবিহাৰভিজিআৰ ভূমিভূমি বেদখলমুখ্য কাৰ্যবাহী সদস্যষষ্ঠ অনুসূচীসংৰক্ষিত অঞ্চলসংৰক্ষিত এলেকাস্বায়ত্তশাসিত ৰাজ্যৰ দাবীস্মাৰক পত্ৰ
Share7Tweet5Send

Related Posts

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা
KARBI ANGLONG

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

by News Desk
November 2, 2026
51
ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন
KARBI ANGLONG

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

by News Desk
November 2, 2026
56
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

by ASSAM TIMES POST
November 1, 2026
70
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

by News Desk
October 31, 2026
57
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

by News Desk
October 31, 2026
53
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
ADVERTISEMENT
Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা
KARBI ANGLONG

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

November 2, 2026
51
জখলাবন্ধাত গৰুভৰ্তি কণ্টেইনাৰ বাহন জব্দ
Assam

জখলাবন্ধাত গৰুভৰ্তি কণ্টেইনাৰ বাহন জব্দ

November 2, 2026
51
ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন
KARBI ANGLONG

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

November 2, 2026
56
Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল
National-International

Murasu cyclone : ‘অৰ্ণৱ’ৰ পিছত এইবাৰে আহিছে ‘মুৰাছু’; ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণত বুৰ গ’ল চেন্নাই, ইখনৰ পিছত সিখন বিমান বাতিল

November 2, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

November 2, 2026
জখলাবন্ধাত গৰুভৰ্তি কণ্টেইনাৰ বাহন জব্দ

জখলাবন্ধাত গৰুভৰ্তি কণ্টেইনাৰ বাহন জব্দ

November 2, 2026
ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

ডকমকাৰ থং নকবে কলেজত ‘বিকশিত ভাৰত যুৱ নেতা ডাইলগ ২০২৭’ আৰু ‘যুৱ সংসদ’ৰ সফল আয়োজন

November 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d