ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

অসম ১৯৮০ চনৰ পাছত ৰাজনীতি,পৰিচয় আৰু উন্নয়ন” শীৰ্ষক ডিফুত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ :

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 6, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ জনজাতীয় অধ্যয়ন কেন্দ্ৰ আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত ” ১৯৮০ চনৰ পাছত অসম, ৰাজনীতি, পৰিচয় আৰু উন্নয়ন এখন  দুদিনীয়া আলোচনা চক্ৰ আজিৰে পৰা ডিফুৰ জিৰচং আচঙত অনুষ্ঠিত হৈছে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু কেইগৰাকী অধ্যাপকে অংশ গ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনৰ আৰম্ভনি সভাত অধ্যক্ষতা কৰে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ সম উপাচাৰ্য অধ্যাপত এছ বিশ্বাসে ৷

অসম ১৯৮০ চনৰ পাছত ৰাজনীতি,পৰিচয় আৰু উন্নয়ন" শীৰ্ষক ডিফুত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ :
অসম ১৯৮০ চনৰ পাছত ৰাজনীতি,পৰিচয় আৰু উন্নয়ন” শীৰ্ষক ডিফুত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ :

আদৰণি ভাষণ পাঠ কৰে বিশ্ব বিদ্যালয় খনৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক পি বি চনজিকে ৷ মূল বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে বিশ্ব বিদ্যালয় খনৰ সহকাৰী অধ্যাপক ডঃ প্ৰফুল্ল নাথে ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচীত বহু কেইগৰাকী বিশিষ্ট অধ্যাপকে অংশ গ্ৰহণ কৰে ৷ ইয়াৰোপৰি প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙো উপস্থিত থাকে ৷ বিয়লি ৪ বজাত এখন ঘূৰণীয়া মেজ মেল সভাত বিভিন্ন অধ্যাপক আৰু শিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে বিশিষ্ট ৰাজনৈতিক নেতী ডঃ জয়ন্ত ৰংপি, হলিৰাম তেৰাঙ, উত্তম বাথাৰি আৰু দেৱেন্দ্ৰ মেদকে ৷ এই আলোচনা চক্ৰৰ আঁত ধৰে কিশোৰ কুমাৰ কলিতাই ৷

আলোচনা চক্ৰখনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি ডঃ প্ৰফুল্ল নাথে কয়যে, ৮০ ৰ দশকটো অসমৰ বাবে এক বিশেষ দশক ৰূপে চিহ্নিত হৈছিল ৷ বিদেশী খেদা অসম আন্দোলনৰ সমান্তৰাল ভাবে উগ্ৰপন্থী সংগঠনৰ জন্ম,  বড়ো আন্দোলন, কাৰবি আন্দোলনে অসমত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ সেয়ে এই সময়ছোৱাৰ পাছত অসমৰ উন্নয়ন আৰু পৰিচয় সন্দৰ্ভত নৱাগত সকলে জনাৰ উদ্দেশ্যে এই বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত কৰা বুলি কৈ উক্ত আলোচনা চক্ৰত অধ্যাপক, অধিবক্তা, সেই সময়ৰ আন্দোলনকাৰী নেতা তথা বৰ্তমানৰ ৰাজনিতিবিদেও অংশ গ্ৰহণ কৰিব বুলি নাথে জানিবলৈ দিয়ে ৷

আনহাতে অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ সম উপাচাৰ্য  অধ্যাপক বিশ্বাসে এই আলোচনা চক্ৰই ৮০ ৰ দশকৰ অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ পৰিৱেশ সম্পৰ্কে গৱেষক ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ কয়যে ১৯৮০ চনৰ পিছত উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক ৰাজনৈতিক পৰিৱৰ্তন, বিভিষিকা ময় উগ্ৰপন্থী সমস্যা, বিদেশী খেদা আন্দোলন, আলফা উত্থান,  পাছলৈ ছালফাৰ গঠন সন্দৰ্ভৰ কথাও আমি পাহৰিব নোৱাৰিম ৷ 

৮০ ৰ দশকত অসম তথা উত্তৰ-পূৰ্বাঞ্চল অশান্তময় হৈ পৰিছিল বুলি উল্লেখ কৰি বৰ্তমান মণিপুৰক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ শান্ত আৰু উন্নয়ন ত্বৰান্বিত হোৱা বুলি মত প্ৰকাশ কৰে ৷ উন্নয়নৰ উদাহৰণ স্বৰুপে বৰ্তমান কাৰবি আংলং জিলাত চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ জৰিয়তে হোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰো উল্লেখ কৰা উপাচাৰ্য গৰাকীয়ে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অধিবক্তাঅধ্যক্ষতাঅধ্যাপকঅধ্যাপক পি বি চনজিকঅসম আন্দোলনঅসম বিশ্ব বিদ্যালয়অসমত উন্নয়নআদৰণি ভাষণআন্দোলনকাৰী নেতাআলফা উত্থানআলোচনা চক্ৰআলোচনা চক্ৰৰ আঁত ধৰে কিশোৰ কুমাৰ কলিতাউগ্ৰপন্থী সংগঠনউত্তম বাথাৰিউত্তৰ-পূৰ্বাঞ্চলউন্নয়নউন্নয়ন ত্বৰান্বিতউপাচাৰ্য অধ্যাপত এছ বিশ্বাসকাৰবি আংলং জিলাত উন্নয়নমূলক আঁচনি.কাৰবি আন্দোলনগৱেষক ছাত্ৰ-ছাত্ৰীঘূৰণীয়া মেজ মেল সভাচৌহদৰছালফাৰ গঠনজনজাতীয় অধ্যয়ন কেন্দ্ৰজিৰচং আচঙডিফুদুদিনীয়া আলোচনা চক্ৰদেৱেন্দ্ৰ মেদপ্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙপৰিচয়বড়ো আন্দোলনবিদেশী খেদাবিভিষিকা ময় উগ্ৰপন্থী সমস্যাবিশিষ্ট অধ্যাপকবুৰঞ্জী বিভাগভাষণমণিপুৰসংবাদ মাধ্যমসহকাৰী অধ্যাপক ডঃ প্ৰফুল্ল নাথে১৯৮০ চনৰ পাছত অসম৮০ ৰ দশকৰাজনিতিবিদৰাজনিতীৰাজনৈতিক নেতা ডঃ জয়ন্ত ৰংপিৰাজনৈতিক পৰিৱৰ্তন
Share5Tweet3Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d