ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HSLC results 2025 I হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষত জিলিকিল যোৰহাটৰ আমিশী শইকীয়া

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 11, 2025
Reading Time: 1 min read
A A
0
HSLC results 2025 I হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষত জিলিকিল যোৰহাটৰ আমিশী শইকীয়া

RELATED POSTS

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

New Logo Smal | ASSAM TIMES POST

শুকুৰবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Exam) । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰা বিভিন্ন ৱেবছাইটত পুৱা ১০.৩০ বজাত ফলাফল প্ৰকাশ পায়।

HSLC results 2025 I
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষত জিলিকিল যোৰহাটৰ আমিশী শইকীয়া:

শীৰ্ষ ৩ টা স্থান ফলাফলত এইবাৰ নিৰ্ধাৰণ কৰা ‘অৰ্ডাৰ অৱ মেৰিট’ৰ অসমৰ ভিতৰত শীৰ্ষ ৩ টা স্থান দখল যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (২টা) আৰু অসম জাতীয় বিদ্যালয়, নুনমাটিৰ। প্ৰথম স্থানত মুঠ ৫৯১ নম্বৰেৰে (৯৮.৫ শতাংশ) উজলিল প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰীৰ আমিশী শইকীয়া।

একেখন বিদ্যালয়ৰে ছাত্ৰ অনিৰ্বাণ বৰগোহাঁয়ে ৫৮৯ নম্বৰ (৯৮.১৭ শতাংশ) লাভ কৰি তৃতীয় স্থান দখল কৰে। আনহাতে, নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তৰ্ষ বৰদলৈয়ে ৫৯০ নম্বৰ (৯৮.৩৩ শতাংশ) লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।

প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ মুঠ ৪,২২,৭৩৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২,৭০,৪৭১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। আনহাতে, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৬১.০৯ শতাংশ।

ইয়াৰে ভিতৰত প্ৰথম বিভাগত ৮৯,০৪১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ লগতে ৫,৩৩৬ গৰাকীয়ে ডিষ্টিংছন আৰু ১৬,৫১৭ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে। ইয়াৰ উপৰিও বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ১,৬৮,৩১২ গৰাকী। আনহাতে, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ গৰাকী আৰু তৃতীয় বিভাগত ৪৫, ৮৬২ গৰাকী উত্তীৰ্ণ হৈছে।

জিলা হিচাপত ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে শিৱসাগৰ জিলাই। দ্বিতীয় স্থানত ডিব্ৰুগড় (৮১.১০) আৰু তৃতীয় স্থানত আছে ধেমাজি জিলা (৮০.৬৪)। শ্ৰীভূমি জিলাৰ উত্তীৰ্ণ হাৰ সৰ্বনিম্ন (৪৭.৯৬)।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: জিলিকিল যোৰহাটৰ আমিশী শইকীয়াহাইস্কুল শিক্ষান্ত পৰীক্ষা
Share6Tweet4Send

Related Posts

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

by News Desk
October 3, 2026
50
Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত
Assam

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

by News Desk
October 3, 2026
50
Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ
Assam

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ

by News Desk
October 2, 2026
61
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

by News Desk
October 2, 2026
56
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ
Assam

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

by News Desk
October 2, 2026
52
ADVERTISEMENT
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
50
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
50
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d