ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ কাৰ্যালয়- বাসভৱনত দূৰ্নিতী নিবাৰকৰ তালাচী

ASSAM TIMES POST by ASSAM TIMES POST
February 7, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ ডিফুত অসম আৰক্ষীৰ দূৰ্নিতী নিবাৰক শাখাই কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ ডিফুৰ চৰকাৰী বাসভৱন আৰু কাৰ্যালয়ত তালাচী চলায় ৷

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

WhatsApp Image 2020 02 07 at 8.14.29 PM | ASSAM TIMES POST

সমান্তৰালভাৱে শীৰ্ষ বনবিষয়া গৰাকীৰ গুৱাহাটীৰ জু ৰোডত থকা বাস ভৱনতো দূৰ্নিতি নিবাৰকে একে সময়তে তালাচী চলায় ৷ নিশা পৰ্যন্ত কেইবাঘণ্টাজুৰি চলা এই তালাচী অভিযানৰ সময়ত বনবিষয়া গৰাকী ডিফুত উপস্থিত নাছিল ৷

অভিযানকাৰী দলটোৱে বনবিষয়া গৰাকীৰ বাসভৱন আৰু কাৰ্যালয়ত তন্ন তন্নকৈ তালাচী চলাই কেইবীটাও ফাইল জব্দ কৰে ৷ দলটোৱে বনবিষয়া গৰাকীৰ চৰকাৰী বাসভৱনৰ পৰা কিছু পৰিমানৰ নগদ ধনো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, অসম চৰকাৰৰ অন্যতম জ্যেষ্ঠ বনবিষয়া গৰাকীক ‘ হেড অৱ ফৰেষ্ট ফৰ্চ’ পদৰ পৰা বঞ্চিত কৰা হৈছিল ৷ কিন্তু ইয়াৰ বিৰুদ্ধে বিষয়া গৰাকীয়ে আদালতৰ দ্বাৰস্থ হোৱাত আদালতে শেহতীয়াভাবে বিষয়া গৰাকীৰ সপক্ষে ৰায়দান কৰিছিল ৷

এনে ঘটনা ক্ৰমৰ পিছ মুহূৰ্ততে বিষয়া গৰাকীৰ বিৰুদ্ধে চলা এই অভিযানৰ অন্তৰালত ৰহস্য লুকাই থকা বুলি বিভিন্ন পক্ষই সন্দেহ ব্যক্ত কৰিছে ৷ বাতৰি লিখা পৰলৈকে অভিযীন চলি আছিল ৷

Tags: FeaturedFeatured2karbi anglong
Share5Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
50
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন
DIPHU

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
50
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx