ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলঙৰ পিতৃ পুৰুষ ছেমছন ছিং ইংতিৰ ১১০ সংখ্যক জন্ম জয়ন্তীত বকলীয়াঘাটত বিশাল প্ৰতিমূৰ্তি উন্মোচন

ASSAM TIMES POST by ASSAM TIMES POST
February 8, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ কাৰ্বি আংলঙৰ পিতৃপুৰুষ , স্বপ্নদ্ৰষ্টা কাৰ্বি আংলং জিলা প্ৰতিষ্ঠাৰ খনিকৰ জননায়ক ছেমছন ছিং ইংতিৰ ১১০ সংখ্যক জন্ম জয়ন্তী আজি কাৰ্বি আংলং জিলাৰ বিভিন্ন সামাজিক-সাংস্কৃতিক, ছাত্ৰ আৰু যুৱ সংগঠনৰ উদ্যোগত জিলাখনত ভিন্ন প্ৰান্তত উদযাপন কৰাৰ সমান্তৰালকৈ বকলিয়াঘাটত ইউনাইটেড কাৰ্বি ক্লাৱ, আঞ্চলিক যুৱক সংঘ, বকলিয়াঘাট শাখাৰ কাৰ্বি লাম্মেত আমেই, সাহিত্য সভা, আঞ্চলিক ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাংফেৰ যুৱক-যুৱতী সংঘৰ উমৈহতীয়া প্ৰচেষ্টাত বিগত বছৰৰবোৰৰ দৰে আজিও উদযাপন কৰা হয়।

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

IMG 20200208 WA0019 | ASSAM TIMES POST

এই উপলক্ষে বকলিয়াঘাটস্থিত ছেমছন ছিং ইংতি সোঁৱৰণী উদ্যানত পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাঙৰ তৎপৰতাত অসম চৰকাৰৰ বিধায়ক উন্নয়ন পুঁজিৰ আনটাইড ফাণ্ডৰ যোগেদি জিলা প্ৰশাসনৰ তত্বাৱধানত আৰু কাৰ্বি আংলং জিলা গড়কাপ্তানি (গৃহ) বিভাগৰ দ্বাৰা নিৰ্মিত ছেমছন ছিং ইংতিৰ নৱ নিৰ্মিত প্রতিমূর্তি উন্মোচন কৰা হয়।

IMG 20200208 WA0018 | ASSAM TIMES POST

পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাঙে আনুষ্ঠানিকভাৱে ছেমছন ছিং ইংতিৰ নৱ নিৰ্মিত প্রতিমূর্তি উন্মোচন কৰা এই অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কেইবাগৰাকী পাৰিষদৰ লগতে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াইয়ো অংশ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত সমাজ সংগঠকজনৰ পৱিত্ৰ স্মৃতিত এক গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷

IMG 20200208 WA0021 | ASSAM TIMES POST

মন্ত্ৰী চুম ৰংহাঙে ভাষণ প্ৰদান কৰি পাৰ্কখনে বকলিয়াঘাটবাসীলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে ৷ লগতে বকলিয়াঘাটৰ পৰা ৰজাপথাৰলৈ যোৱা ১৪ কি: মি: পথ শীঘ্ৰে সম্পন্ন কৰা হ’ব বুলিও মন্তব্য কৰে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
ADVERTISEMENT
Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ
National-International

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
50
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
National-International

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
50
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx